• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ

Nation NE by Nation NE
April 27, 2025
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
Share on FacebookShare on TwitterWhatsApp

গাজাৰ বৃহৎ জনসংখ্যা নিঃশেষ হোৱাৰ পিছত আৰু বাকী জনসংখ্যা অনাহাৰৰ পথত থিয় দিয়াৰ পিছত এতিয়া হামাছে যুদ্ধবিৰতি চুক্তিৰ বাবে সাজু হৈছে। শনিবাৰে হামাছে কয় যে, সকলো পণবন্দীক একেলগে মুকলি কৰি ৫ বছৰৰ বাবে যুদ্ধবিৰতি নিশ্চিত কৰিবলৈ সন্মত হৈছে। মধ্যস্থতাকাৰীৰ সৈতে আলোচনাৰ পূৰ্বে হামাছৰ এজন বিষয়াই এই তথ্য দিছে।

উল্লেখ্য যে ইজিপ্তৰ মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰিবলৈ কায়ৰোত হামাছৰ এটা প্ৰতিনিধি দল উপস্থিত আছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত হামাছৰ এজন বিষয়াই কয় যে, তেওঁলোকে বন্দী বিনিময়ৰ চৰ্তত ৫ বছৰৰ বাবে যুদ্ধবিৰতিৰ বাবে সন্মতি দিবলৈ ইচ্ছুক। যুদ্ধবিৰতি চূড়ান্ত কৰাৰ এই নতুন প্ৰচেষ্টা চলিত মাহৰ আৰম্ভণিতে হামাছে নাকচ কৰা ইজৰাইলৰ প্ৰস্তাৱৰ পিছত আৰম্ভ হৈছে।

তথ্য অনুসৰি ইজৰাইলৰ প্ৰস্তাৱত ১০ জন সজীৱ পণবন্দীক ঘূৰাই অনাৰ বিনিময়ত ৪৫ দিনৰ যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছিল। ইফালে হামাছে গাজাত ব্যাপক বন্দোবস্তৰ দাবী জনায়। হামাছে ধাৰাবাহিকভাৱে দাবী জনাই আহিছে যে এই চুক্তিয়ে যুদ্ধৰ সম্পূৰ্ণ অন্ত পেলাব লাগে। হামাছে ইজৰাইলক গাজাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। ইজৰাইলে ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণত বন্দী হোৱা সকলো পণবন্দীক ঘূৰাই পঠিয়াবলৈ আৰু হামাছৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণৰ দাবী জনাইছে, যি এই গোটটোৱে নাকচ কৰিছে।

ইফালে, গাজাৰ এটা ঘৰত ইজৰাইলৰ আক্ৰমণত কমেও ১০ জন লোক নিহত হৈছে। ধ্বংসাৱশেষৰ তলিত অধিক লোক নি:শেষ হোৱাৰ সম্ভাৱনা আছে। অসামৰিক সুৰক্ষা সংস্থাটোৱে জনোৱা মতে, আল-খৌৰ পৰিয়ালৰ সংঘটিত আক্ৰমণত ১০ জন লোক নিহত হোৱাৰ লগতে আৰু ২০ জন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ অনুমান কৰা হৈছে। মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল শিশু। গাজাই যুদ্ধবিৰতিৰ চৰ্তত অসমৰ্থন কৰাৰ পিছৰে পৰা কমেও ২,১১১জন পেলেষ্টাইনী নিহত হৈছে। এই যুদ্ধত এতিয়ালৈকে ৫১,৪৯৫ জন লোকৰ মৃত্যু হৈছে। ইজৰাইলে কয় যে, এই নবীকৃত সামৰিক অভিযানৰ লক্ষ্য হৈছে হামাছক বাকী থকা বন্দীসকলক মুকলি কৰি দিবলৈ বাধ্য কৰা।

Tags: GAZAHamasIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025