• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শংকাত জীৱন কটাইছে পাকিস্তানীয়ে! ভাৰতক সকীয়নি দিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ সপৰিয়ালে কানাডালৈ পলায়ন

Nation NE by Nation NE
April 27, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শংকাত জীৱন কটাইছে পাকিস্তানীয়ে! ভাৰতক সকীয়নি দিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ সপৰিয়ালে কানাডালৈ পলায়ন
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে আন বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত চুবুৰীয়া দেশত আতংকৰ সৃষ্টি হৈছে আৰু মানুহে শংকাত জীৱন কটাবলগীয়া হৈছে।

শেহতীয়াকৈ পাকিস্তান সেনাধ্যক্ষ অসীম মুনিৰৰ পৰিয়ালে দেশ এৰি থৈ গৈছে আৰু এতিয়া খবৰ উলাইছে  যে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টিৰ মুৰব্বী বিলোৱাল ভুট্টো জৰ্দাৰীৰ পৰিয়ালে পাকিস্তান এৰি কানাডালৈ পলায়ন কৰিছে।

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পাছত ক্ষুব্ধ বিলোৱালে হুংকাৰ দিছিল যে, পাকিস্তানৰ পানী বন্ধ হ’লে ভাৰতীয়ৰ ৰঙাপানী ব’ব। এই ভাবুকিৰ এদিন পিছতে খবৰ আহে যে তেওঁৰ পৰিয়ালৰ সদস্য বখতাৱাৰ ভুট্টো আৰু আছিফা ভুট্টোৱে ২৭ এপ্ৰিলত পাকিস্তান এৰি কানাডালৈ পলায়ন কৰে।

ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি পাকিস্তানৰ ভিতৰত এক আশংকা সৃষ্টি হৈছে। এনে পৰিস্থিতিত পাকিস্তানীৰ সেনাৰো মনোবল কমিছে আৰু বহু বিষয়াই নিজৰ পৰিয়ালক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে।

ইয়াৰ ভিতৰত পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিও অন্তৰ্ভুক্ত। এই লোকসকলে ব্যক্তিগত জেট বিমানেৰে নিজৰ পৰিয়ালক ব্ৰিটেইন আৰু নিউ জাৰ্চিলৈ প্ৰেৰণ কৰাৰ খবৰ আহিছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগে লগে ভাৰতে আৰব সাগৰত আই এন এছ চুৰাটৰ পৰা ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু তেওঁলোকে পৃথিৱীৰ যিকোনো ঠাইতে আত্মগোপন কৰি নাথাকক কিয়, তেওঁলোকৰ সন্ধান উলিওৱা হ’ব।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই সমগ্ৰ দেশতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ পৰিৱেশ বিৰাজ কৰিছে আৰু দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰাও প্ৰতিশোধৰ দাবী জনাইছে। দেশৰ সকলো ৰাজনৈতিক দলেও এই বিষয়ত চৰকাৰৰ লগত থিয় দিছে। বিৰোধীয়ে কয় যে, চৰকাৰে যি পদক্ষেপ নলওক কিয়, বিৰোধীও চৰকাৰৰ লগত আছে। সম্প্ৰতি চৰকাৰে সিন্ধু জল সন্ধি স্থগিত ৰাখি পাকিস্তানীৰ ভিছা বাতিল কৰি দেশৰ পৰা বহিষ্কাৰ কৰিছে। লগতে পাকিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্কও বহু পৰিমাণে হ্ৰাস পাইছে।

Tags: IndiapahalgamPakistan

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025