• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ পাকিস্তানক চিন্তিত কৰিলে ভাৰতে, শত্ৰুৰ সামুদ্ৰিক সীমাত হ’ব যুদ্ধৰ দাবানল

Nation NE by Nation NE
April 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানক ৰোধিবলৈ সাজু ভাৰত! পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে ভাৰতে ক্ৰয় কৰিব ২৬খন ৰাফেল যুদ্ধ বিমান!
Share on FacebookShare on TwitterWhatsApp

আজি ভাৰত আৰু ফ্ৰান্সৰ মাজত ২৬খন ৰাফেল-এম যুঁজাৰু বিমানৰ ৬৩ হাজাৰ কোটি টকাৰ চুক্তি ছীল কৰা হ’ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰতৰ সামৰিক প্ৰস্তুতিৰ বাবে চিন্তিত পাকিস্তানৰ বাবে এয়া হ’ব এক নতুন উত্তেজনা।

এই ৰাফেলে ভাৰত মহাসাগৰত ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি কৰিব। একে সময়তে আৰব সাগৰত পাকিস্তানৰ নৌসেনাৰ বাবে নতুন সমস্যাৰ সৃষ্টি হ’ব৷

ভাৰত আৰু ফ্ৰান্সৰ এই চুক্তিৰ অধীনত ২২খন একক আসনৰ জেট বিমান ক্ৰয় কৰা হ’ব। ইয়াৰ উপৰিও ৪খন দুজনীয়া ট্ৰেইনাৰ জেট বিমানো ক্ৰয় কৰা হ’ব। এই ৰাফেল-এম যুদ্ধ বিমানে বিমানবাহী জাহাজৰ পৰা উৰণ আৰু অৱতৰণ কৰিব পাৰিব। ইয়াৰ ফলত ভাৰতীয় নৌসেনাৰ শক্তি আৰু অধিক বৃদ্ধি পাব। ইতিমধ্যে ভাৰতীয় বায়ুসেনাই ৬০ হাজাৰ কোটি টকাত ফ্ৰান্সৰ পৰা ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিছে।

এই চুক্তিৰ অধীনত ফ্ৰান্সে অস্ত্ৰ-শস্ত্ৰ, চিমুলেটৰ, পাইলট আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু মেৰামতিৰ বাবেও ৫ বছৰৰ সেৱা আগবঢ়াব। এই চুক্তিৰ অধীনত বায়ুসেনাৰ ৩৬খন ৰাফেলৰ স্পেয়াৰ পাৰ্টছ আৰু মেৰামতিৰ দায়িত্বও ল’ব ডাছ’ল্টে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৯ এপ্ৰিলত নিৰাপত্তা বিষয়ক কেবিনেট বৈঠকত এই চুক্তিত অনুমোদন জনোৱা হয়। বায়ুসেনাৰ ৰাফেলৰ দুটা স্ক্ৱাড্ৰন বৰ্তমান আম্বালা আৰু হাছিমাৰা বিমানঘাটিত নিয়োজিত হৈ আছে। নতুন যুঁজাৰু বিমানৰ চুক্তিৰ লগে লগে ভাৰতত ৰাফেলৰ শক্তি ৬২ হ’ব৷

Tags: FranceIndiaPakistanRafale

Related Posts

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Top News

December 18, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 18, 2025
ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন
Top News

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

December 17, 2025
শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান?  ভুলতো নকৰিব এই কাম…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

December 17, 2025

শীৰ্ষ সংবাদ

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান? ভুলতো নকৰিব এই কাম…

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025