• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
29 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হোৱাইট বল ফৰ্মেটত ভাৰতৰ স্মৃতি মান্ধানাই ৰচিলে ইতিহাস

      Nation NE by Nation NE
      April 29, 2025
      in Top News, ক্ৰীড়া
      0 0
      হোৱাইট বল ফৰ্মেটত ভাৰতৰ স্মৃতি মান্ধানাই ৰচিলে ইতিহাস
      Share on FacebookShare on TwitterWhatsApp

      শ্ৰীলংকাত চলি থকা মহিলা ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ হাতত ৯ উইকেটত পৰাস্ত হয় ঘৰুৱা দল শ্ৰীলংকা। আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত শ্ৰীলংকা দলে ৩৮.১ অভাৰত মাত্ৰ ১৪৭ ৰানহে কৰিবলৈ সক্ষম হয়।

      বৰ্ষাবিঘ্নিত মেচখনত ভাৰতীয় মহিলা দলটোৱে ২৯.১ অভাৰতে এক উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ প্ৰতীকা ৰাৱালে সৰ্বাধিক ৫০, স্মৃতি মান্ধানাই ৪৩ আৰু হৰলীন দেউলে ৪৮ ৰানৰ ইনিংছ খেলে।

      এই মেচখনত অৰ্ধশতকৰ পৰা বঞ্চিত হ’লেও আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এক বিশেষ মাইলষ্ট’নত উপনীত হ’ল স্মৃতি মান্ধানা। মহিলা আন্তঃৰাষ্ট্ৰীয় হোৱাইট বল ফৰ্মেটত ৮,০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ পঞ্চমগৰাকী বেটাৰত পৰিণত হ’ল মান্ধানা। এই অভিলেখ গঢ়া মান্ধানা ভাৰতৰ দ্বিতীয়গৰাকী বেটাৰ।

      আন্তঃৰাষ্ট্ৰীয় হোৱাইট বল ফৰ্মেটত মান্ধানাই এই পৰ্যন্ত ২৪৬ খন মেচত ৮,০১৩ ৰান সংগ্ৰহ কৰিছে। এই তালিকাৰ শীৰ্ষ স্থানত আছে ছুজী বেটছ। ছুজীয়ে ৩৪৮খন মেচত ১০,৬১২ ৰান সংগ্ৰহ কৰিছে। আনহাতে দ্বিতীয় স্থানত থকা ভাৰতৰ মিতালী ৰাজে মুঠ ৩২১ খন মেচত সংগ্ৰহ কৰিছে ১০,১৬৯ ৰান।

      মহিলাৰ হোৱাইট বল ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকা

      ১০,৬১২- ছুজী বেটছ (৩৪৮ মেচ)

      ১০,১৬৯- মিতালী ৰাজ (৩২১ মেচ)

      ৯,২৩১- ষ্টেফনী টেইলৰ (২৯০ মেচ)

      ৮,৫৯৭- ছী এডৱাৰ্ডছ (২৮৬ মেচ)

      ৮,০১৩*- এছ মান্ধানা (২৪৬ মেচ)

      উল্লেখ্য যে, ২৭ এপ্ৰিলৰ পৰা শ্ৰীলংকাত আৰম্ভ হোৱা মহিলাৰ এদিনীয়া ত্ৰিদেশীয় শৃংখলাৰ তৃতীয়খন দেশ হৈছে দক্ষিণ আফ্ৰিকা। শৃংখলাটো অন্ত পৰিব ১১ মাৰ্চত।

      Tags: International CricketSmriti MandhanaWhite Ball

      Related Posts

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা
      Top News

      July 9, 2025
      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ
      Top News

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      July 9, 2025
      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      ৰাজস্থানত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; পাইলটসহ দুজনৰ মৃত্যু

      শীৰ্ষ সংবাদ

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      ৰাজস্থানত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; পাইলটসহ দুজনৰ মৃত্যু

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist