• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থীসহ চাৰিজনক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

Nation NE by Nation NE
April 29, 2025
in Top News, অসম
0 0
নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থীসহ চাৰিজনক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

কংগ্ৰেছ কৰ্মী আটক কৰা সন্দৰ্ভত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্য।

Share on FacebookShare on TwitterWhatsApp

নলবাৰী সমষ্টিৰ খাতিকুছি আল্লিয়া গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীসহ চাৰিজন কংগ্ৰেছী কৰ্মীক ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ আহিছে। শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগত আটক কৰে চাৰিগৰাকী কংগ্ৰেছ কৰ্মীক৷ আটাই কেইজনকে সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত খাতিকুছি আল্লিয়া গাঁও পঞ্চায়তৰ বনগাঁও ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বাবুল দাসো আছে৷ আৰক্ষীয়ে আটক কৰা আন তিনি গৰাকী কংগ্ৰেছ কৰ্মী হৈছে দয়াময় দাস, হৰিচৰণ দাস আৰু যদু দাস৷

ইপিনে এই চাৰিগৰাকী কংগ্ৰেছীক ষড়যন্ত্ৰমূলক আৰু মিছা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলটোৰ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ কৰ্মী কেইজনক মুকলি কৰি দিয়াৰ দাবী জনায়৷

প্ৰাক্তন বিধায়কগৰাকীৰ দাবীৰ পিছতো সু-ব্যৱস্থা গ্ৰহণ নকৰাত আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ তুলি ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে থানা চৌহদতে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

Tags: #CongressGhograpar Police StationNalbariPanchayat Election

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025