• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

Nation NE by Nation NE
July 12, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অহা ২৩ জুলাইত দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিত্ত মন্ত্ৰীয়ে এই বাজেটত দেশৰ সাধাৰণ মহিলাসকলৰ বাবে ঘোষণা কৰিব পাৰে বহুতো আকৰ্ষণীয় আঁচনিৰ সুবিধা। বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ ওপৰত জড়িত হৈ আছে দেশৰ কোটি কোটি মহিলাৰ আশা।

উল্লেখ্য যে, চৰকাৰে ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত, মহিলাসকলৰ বাবে বহুতো ডাঙৰ ঘোষণা কৰিব পাৰে। য’ত এলপিজিৰ পৰা স্বাস্থ্যসেৱালৈ আগবঢ়াব ৰাজসাহায্য। লগতে মহিলাসকলক শক্তিশালী কৰাৰ বাবে প্ৰচাৰ কৰা হ’ব লাখপতি দিদি আঁচনি। যাৰ ভিতৰত মহিলা উদ্যোগীসকলক কৰ ৰেহাইও প্ৰদান কৰা হ’ব। গতিকে বিত্ত মন্ত্ৰীৰ এই ঘোষণাই সলনি কৰিব পাৰে কোটি কোটি মহিলাৰ জীৱন।

কি হয় এই লাখপতি দিদি আঁচনি?

লাখপতি দিদি আঁচনি হৈছে এক দক্ষতা বিকাশ প্ৰশিক্ষণ আঁচনি। এই আঁচনিখনত মহিলাসকলক দক্ষতাৰ প্ৰশিক্ষণ দি ধন উপাৰ্জনৰ ক্ষমতা প্ৰদান কৰে, যাতে তেওঁলোকে নিজৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব পাৰে। মহিলাসকলক আৰ্থিকভাৱে সক্ষম কৰিবলৈ, চৰকাৰে অন্তৱৰ্তীকালীন বাজেট ২০২৪ ত এই আঁচনি প্ৰৱৰ্তন কৰিছিল।

লাখপতি দিদি আঁচনিৰ সহায়ত মহিলাসকলে এবছৰত ১ লাখ বা অধিক উপাৰ্জন কৰিব পাৰে। যাৰ ফলত তেওঁলোকে শিশুৰ বিদ্যালয়ৰ মাচুলৰ পৰা আন ঘৰুৱা খৰচলৈকে স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে লাখপতি দিদিৰ পৰিসৰ ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধি কৰিছে।

এই আঁচনিয়ে দেশৰ বহুতো মহিলাক স্বাৱলম্বী হোৱাত সহায় কৰিছে যদিও দেশৰ কিছু কিছু অঞ্চলত বহুসংখ্যক মহিলা আছে যিয়ে ধনৰ অভাৱত আনকি নিজৰ স্বাস্থ্য সঠিকভাৱে যত্ন ল’ব নোৱাৰে।

এনে পৰিস্থিতিত যেন তেওঁলোকক স্বাস্থ্যসেৱা আৰু এলপিজিৰ দৰে অত্যাৱশ্যকীয় বিষয়ত যাতে ৰাজসাহায্য প্ৰদান কৰা হয় তাৰ বাবে দাবী উত্থাপন কৰে।

গতিকে মহিলাসকলৰ স্বাস্থ্য উন্নত কৰা তথা তেওঁলোকৰ সবলীকৰণৰ কাৰণে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।

Tags: BudgetEmpowermentNirmala SitharamanWomen

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025