• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ বিপদত গান্ধী পৰিয়াল! আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া-ৰাহুলক

Nation NE by Nation NE
May 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পুনৰ বিপদত গান্ধী পৰিয়াল! আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া-ৰাহুলক
Share on FacebookShare on TwitterWhatsApp

নেশ্যনেল হেৰাল্ডৰ গোচৰত পুনৰ বিপদত গান্ধী পৰিয়াল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে এই গোচৰত ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক জাননী জাৰি কৰিছে। এইটো ধন সৰবৰাহৰ সৈতে জড়িত ইডিৰ গোচৰ।

ইডিৰ চাৰ্জশ্বীটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ আদালতৰ ন্যায়াধীশ বিশাল গগনে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বাবে প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰে। যোৱা ১০ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে গান্ধী পৰিয়ালে নেশ্যনেল হেৰাল্ডৰ গোচৰত জিলা আদালতত হাজিৰ হ’ব।

নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীয়ে ২০১৫ চনৰ ১৯ ​​ডিচেম্বৰত প্ৰথমবাৰৰ বাবে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হৈ জামিন লাভ কৰিছিল। ২০১৫ চনৰ ৯ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তেওঁলোক আদালতত হাজিৰ হৈছিল।

ইয়াৰ পিছত এই গোচৰত দুয়োকে ব্যক্তিগতভাৱে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়া হৈছিল। এতিয়া ইডি গোচৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অহা ৮ মে’ত হাজিৰ হ’ব ৰাহুল-ছোনিয়া

আজি ৰাউজ এভিনিউ আদালতে জাননী জাৰি কৰি দুয়োকে ২০২৫ চনৰ ৮ মে’ত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে। গোচৰৰ পৰৱৰ্তী শুনানি ৮ মে’ৰ বাবে নিৰ্ধাৰণ কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ অভিযোগনামা দাখিল কৰা প্ৰৱৰ্তন সঞ্চালকালয়ে ২০১৪ চনৰ ২৬ জুনত বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে দাখিল কৰা ব্যক্তিগত অভিযোগৰ পিছতেই ২০২১ চনত তদন্ত আৰম্ভ কৰিছিল।

ছোনিয়া, ৰাহুলৰ উপৰি এই গোচৰৰ অভিযুক্তৰ তালিকাত আছে সুমন ডুবে আৰু চেম পেট্ৰ’ডাৰ নাম। ইতিমধ্যে এই গোচৰৰ পৰিপ্ৰেক্ষিতত ৰাহুল-ছোনিয়াৰ কেইবাশ কোটিটকীয়া সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

Tags: EDNational HeraldRahul GandhiSonia Gandhi

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025