• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নল’লে পশ্চিম বংগই : মমতাক সমালোচনা বিজেপি নেত্ৰীৰ

Nation NE by Nation NE
May 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নল’লে পশ্চিম বংগই : মমতাক সমালোচনা বিজেপি নেত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত-পাকিস্তানত। ২৬ গৰাকীকৈ নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ পিছৰে পৰা পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত আন এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

ভাৰতত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি এজন এজনকৈ বহিষ্কাৰ কৰাৰ লগতে দেশখনৰ বিৰুদ্ধে সকলো ধৰণৰ বাণিজ্যিক ব্যৱসায়ো বন্ধ কৰি দিছে ভাৰতে।

ইয়াৰ উপৰি ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে পাকিস্তানী নাগৰিকৰ পৰিচয় উদ্ধাৰ কৰি বিতাড়ণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

ইয়াৰ মাজতে বিজেপি নেত্ৰী অগ্নিমিত্ৰা পলে পশ্চিম বংগ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল যে সমগ্ৰ ভাৰতত, সকলো ৰাজ্যতে য’ত য’ত পাকিস্তানী নাগৰিকে নথি পত্ৰ বা বিনা নথিৰে বৈধ বা অবৈধভাৱে বসবাস কৰি আছে তেওঁলোকক শীঘ্ৰে চিনাক্ত কৰি ভাৰতৰ পৰা বাহিৰ কৰি দিব লাগে।

অগ্নিমিত্ৰা পলে কয় যে এই সন্দৰ্ভত সকলো ৰাজ্যতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পশ্চিম বংগত একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মমতা বেনাৰ্জীয়ে যিদৰে তুষ্টিকৰণৰ ৰাজনীতি কৰে তাত আমি অতিশয় আতংকিত হৈছো আৰু এই বংগত আই এছ এছ হওক, আনছাৰুল বাংলা হওক, অল কায়দা হওক, পশ্চিমবংগত সকলো ইছলামিক উগ্ৰপন্থী সংগঠনৰ লোকে বসবাস কৰি আছে। তৃণমূলৰ জনপ্ৰতিনিধিয়ে এইসকল লোকক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড বনাই দি আছে। মমতা বেনাৰ্জীয়ে সকলো জানে কিন্তু মমতা বেনাৰ্জীৰ আৰক্ষীয়ে গৃহ মন্ত্ৰালয়ৰ অধিসূচনাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Tags: Agnimitra PaulMamata BanerjeePahalgam IncidentPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025