• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ইণ্ডিয়া মিত্ৰজোঁটৰ চমকপ্ৰদ প্ৰদৰ্শন; ১৩ খন আসনৰ ১০ খনতেই অগ্ৰগতি

পশ্চিম বংগত পুনৰ চলিল মমতাৰ যাদু

Nation NE by Nation NE
July 13, 2024
in BIG BREAKING, Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ইণ্ডিয়া মিত্ৰজোঁটৰ চমকপ্ৰদ প্ৰদৰ্শন; ১৩ খন আসনৰ ১০ খনতেই অগ্ৰগতি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এক কঠিন প্ৰত্যাহ্বান জনোৱা ইণ্ডিয়া মিত্ৰজোঁটে শেহতীয়াকৈ দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত পুনৰবাৰ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে।

এই পৰ্যন্ত ইণ্ডিয়া মিত্ৰজোঁটে চাৰিখন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ৬খন আসনত অগ্ৰগতি লাভ কৰিছে।

বুধবাৰে পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, মধ্যপ্ৰদেশ, বিহাৰ আৰু তামিলনাডুত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি), আপ আৰু ডি এম কে দলে যুটীয়াভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

পঞ্জাৱৰ পশ্চিম জলন্ধৰ সমষ্টিত আপৰ প্ৰাৰ্থী মহিন্দৰ ভগতে ২৩ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে। ইফালে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে চাৰিখন আসনতে অগ্ৰগতি লাভ কৰিছে। প্ৰতিটো সমষ্টিতে বিজেপি পিছ পৰি আছে।

ইফালে, প্ৰথমবাৰৰ বাবে ৰাজনীতিত ভৰি থোৱা হিমাচলৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং চুখুৰ পত্নী কমলেশ ঠাকুৰে ডেহৰাৰ নির্বাচনত জয়লাভ কৰে৷ তদুপৰি নালাগড়তো আগবাঢ়ি আছে কংগ্ৰেছ। হামিৰপুৰত আগবাঢ়ি আছে বিজেপিৰ আশীষ শৰ্মা।

তামিলনাডুৰ বিক্ৰামন্দী সমষ্টিৰ পৰা ডি এম কেৰ প্ৰাৰ্থী আন্নিউৰ শিৱাই প্ৰায় ৫৮,৭৮৫টা ভোটত আগবাঢ়ি আছে।

আনহাতে উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা বদ্ৰীনাথ আৰু মংগলৌৰ বিধানসভা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকী আগবাঢ়ি আছে।

মধ্যপ্ৰদেশৰ অমৰৱাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। আনহাতে বিহাৰৰ ৰূপৌলী সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত আগবাঢ়ি আছে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী। এই সমষ্টিটোত জে ডি ইউ আৰু আৰ জে ডিৰ প্ৰাৰ্থী দুগৰাকী পিছ পৰি আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৭ খন ৰাজ্যৰ ১৩টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

Tags: Assembly BypollsElection ResultsIndiaNDATMC

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025