• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

বেলুচিস্তান এতিয়া আৰু পাকিস্তানৰ অংশ নহয় : বেলুচ নেতাৰ ডাঙৰ দাবী

Nation NE by Nation NE
May 14, 2025
in Uncategorized
0 0
বেলুচিস্তান এতিয়া আৰু পাকিস্তানৰ অংশ নহয় : বেলুচ নেতাৰ ডাঙৰ দাবী
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ কাশ্মীৰক নিজৰ অংশ বুলি দাবী কৰি অহা পাকিস্তানে চম্ভালিব পৰা নাই নিজ দেশৰ সমস্যা। ভাৰতৰ সৈতে চলি থকা সংঘাতৰ মাজতে স্বাধীন ৰাষ্ট্ৰ বিচাৰি আন্দোলন তীব্ৰতৰ কৰি তুলিছে বেলুচিস্তানৰ সাধাৰণ নাগৰিকে।

পৃথক ৰাষ্ট্ৰৰ দাবীত পাকিস্তানৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ মাজতে এইবাৰ এগৰাকী বেলুচ নেতাই দাবী কৰিছে যে এতিয়াৰে পৰা বেলুচিস্তান পাকিস্তানৰ অংশ নহয়। নেতাগৰাকীয়ে লগতে বিশ্বৰ আগশাৰীৰ দেশসমূহক বেলুচিস্তানক পৃথক ৰাষ্ট্ৰ কৰোৱাত সহায় কৰিবলৈও আহ্বান জনাইছে।

বেলুচ নেতা মীৰ য়াৰ বেলুচে এক্সযোগে প’ষ্ট কৰি কয় যে বেলুচিস্তানৰ সাধাৰণ জনতাই নিজৰ সিদ্ধান্ত লৈ লৈছে আৰু এতিয়া সমগ্ৰ বিশ্ব মনে মনে থাকিব নালাগে। ইয়াৰ উপৰি তেওঁ ভাৰতৰ লগতে বিশ্বৰ আন আন দেশসমূহক সহায় কৰিবলৈও আহ্বান জনায়।

বিদ্ৰোহী নেতাগৰাকীয়ে লগতে বেলুচ লোকসকলক এতিয়াৰ পৰা পাকিস্তানৰ নাগৰিক বুলি নক’বলৈ ভাৰতীয় সংবাদ মাধ্যম, ইউটিউবাৰ্ছ আৰু বুদ্ধিজীৱিসকলক কাতৰ আহ্বান জনায়।

মীৰ য়াৰ বেলুচে কয়, ‘পাকিস্তানক দিয়া আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু ঋণ আছিল ধনৰ অপচয়। ১৯৪৭ চনৰ পৰা ২০২৫ চনলৈকে পাকিস্তানে আই এম এফ, বিশ্ব বেংকৰ পৰা কোটি কোটি টকা লাভ কৰিছিল আৰু হাজাৰ হাজাৰ জেহাদী গোটক সমৰ্থন কৰিছিল। পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ নামত আমেৰিকাৰ পৰা ধন লৈছিল যদিও এই ধন সন্ত্ৰাসবাদীক দি ৫০০০তকৈ অধিক মাৰ্কিন সেনাক হত্যা কৰিছিল।’

মীৰ য়াৰ বেলুচে কয় যে পাকিস্তানে দখল কৰা বেলুচিস্তানত বেলুচ জনসাধাৰণ ৰাজপথত ওলাই আহিছে আৰু বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় বুলি তেওঁলোকৰ সিদ্ধান্ত। তেওঁ আৰু কয় যে এতিয়া আৰু এই বিষয়ত বিশ্বৰ আন আন দেশসমূহ মৌন দৰ্শক হৈ থাকিব নালাগে।

Tags: BalochistanIndependencePakistan

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025