• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 15, 2025
29 °c
Guwahati
27 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; এই কেইগৰাকী ক্ৰিকেটাৰে পালে স্থান

      Nation NE by Nation NE
      May 15, 2025
      in Top News, ক্ৰীড়া
      0 0
      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; এই কেইগৰাকী ক্ৰিকেটাৰে পালে স্থান

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      ইংলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। ৫খন টি-২০ আৰু ৩খন এদিনীয়া মেচৰ শৃংখলাৰ বাবে অহা জুন-জুলাই মাহত ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে।

      দুয়োটা শৃংখলাতে ভাৰতীয় দলক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে, আনহাতে উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে স্মৃতি মান্ধনাক।

      বিস্ফোৰক অ’পেনাৰ শ্বেফালী বাৰ্মাক কেৱল টি-২০ শৃংখলাৰ বাবেহে দলত স্থান দিছে। উল্লেখ্য যে ২০২৪ চনৰ অক্টোবৰৰ পিছত বাৰ্মাই কোনো এদিনীয়া মেচ খেলা নাই।

      দুয়োটা শৃংখলাৰ বাবেই ৰিচা ঘোষ, য়াস্তিকা ভাটিয়া আৰু হৰলিন দেউলক স্থান দিয়া হৈছে।

      মহিলা প্ৰিমিয়াৰ লীগত গুজৰাট জায়েন্টছৰ হৈ খেলা ২২ বছৰীয়া কাশৱী গৌতমক দলৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ ঠাইত বেগী বলাৰ সয়ালি সতঘৰেক এদিনীয়া দলত স্থান প্ৰদান কৰা হৈছে।

      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া দল :

      হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ-অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলিন দেউল, জেমিমা ৰড্ৰিগেজ, ৰিচা ঘোষ, য়াস্তিকা ভাটিয়া, তেজল হাছাবনিছ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, শুচি উপাধ্যায়, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড়, সয়ালি সতঘৰে।

      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰত টি-২০ দল :

      হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগেজ, ৰিচা ঘোষ, য়াস্তিকা ভাটিয়া, হৰলিন দেউল, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, শুচি উপাধ্যায়, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড়, সয়ালি সতঘৰে।

      Tags: EnglandIndiaIndia vs EnglandWomen's Crickets

      Related Posts

      গাজাত ইজৰাইল সেনাৰ ভয়ংকৰ আক্ৰমণ; ৪৪ জন লোকৰ মৃত্যু
      Top News

      যুদ্ধ বিধ্বস্ত গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; ৮২ জন লোকৰ মৃত্যুৰ দাবী

      May 15, 2025
      বিয়া খাই ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনৰ মৃত্যু

      যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
      Top News

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

      May 15, 2025
      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…
      Top News

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

      May 15, 2025
      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা
      Top News

      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা

      May 15, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist