• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুটিনৰ সৈতে দীঘলীয়া বাৰ্তালাপ; ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ

Nation NE by Nation NE
May 20, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুটিনৰ সৈতে দীঘলীয়া বাৰ্তালাপ; ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ কৃতিত্বৰ দাবী কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। বিশ্ব মঞ্চত নিজকে ‘শান্তিৰ দূত’ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ট্ৰাম্পে এৰা নাই কোনো ত্ৰুটি।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা দুঘণ্টীয়া কথা-বতৰাৰ অন্তত ট্ৰাম্পে দাবী কৰে যে মস্কো আৰু কিয়েভে যুদ্ধবিৰতিৰ বাবে আলোচনাত বহিবলৈ সন্মত হৈছে। বৰ্তমানৰ হোৱাইট হাউছৰ মুৰব্বীগৰাকীয়ে মঙলবাৰে ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথৰ জৰিয়তে এই কথা গৌৰৱেৰে ঘোষণা কৰে।

উল্লেখ্য যে, বিগত ৩ বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত দুয়োখন দেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ড’নাল্ড ট্ৰাম্পে ক্ষমতালৈ অহাৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ বাবে যথেষ্ট তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে।

দুয়োখন দেশৰ মাজত চলা যুদ্ধৰ অন্ত পেলাবলৈ মঙলবাৰে ট্ৰাম্পে পুটিনক ফোন কৰিছিল। ইয়াৰ পিছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছিল, ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে ২ ঘণ্টীয়া কথা-বতৰাৰ অন্ত পৰিল। দ্ৰুত যুদ্ধবিৰতিৰ লক্ষ্যৰে আলোচনা আৰম্ভ হ’ব ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত। যুদ্ধবিৰতিৰ চৰ্তসমূহ দুয়োখন দেশৰ মাজত আলোচনা কৰা হ’ব।’

এই যুদ্ধৰ অন্ত পৰাৰ পিছত ৰাছিয়াৰ সৈতে অধিক বাণিজ্যৰ বাৰ্তা প্ৰেৰণ কৰাৰ কথাও ট্ৰাম্পে ছ’চিয়েল মিডিয়াযোগে উল্লেখ কৰে।

পুটিনৰ সৈতে হোৱা আলোচনাৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি, ইউৰোপীয় কমিশ্যনৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েন, ফ্ৰান্স, ইটালী, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আৰু জাৰ্মানীৰ চেঞ্চেলৰৰ সৈতেও কথা পতা বুলি জানিব দিয়ে। দাবী কৰা হৈছে যে পোপৰ উপস্থিতিত ভেটিকানত হ’ব পাৰে এই আলোচনা।

ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ কথা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশ্চিত কৰে। তেওঁ লিখিছে, ‘মই সম্ভাৱ্য শান্তি চুক্তিৰ লক্ষ্যৰে আলোচনাত বহিবলৈ সন্মত হৈছো। আমিও ভৱিষ্যতে ইউক্ৰেইনৰ সৈতে কাম কৰিবলৈ সাজু। অৱশ্যে এই চুক্তিৰ চৰ্ত আৰু সময় ঘোষণা কৰিব ৰাছিয়াই।’

পুটিনে লগতে কয় যে এই যুদ্ধবিৰতিৰ ক্ষেত্ৰত ৰাছিয়াৰ স্থিতি অতি স্পষ্ট। সমস্যাৰ মূল কাৰণ বিচাৰি উলিয়াই ইয়াৰ সমাধান আৰু শান্তিৰ দিশত আগবাঢ়ি যোৱা।

Tags: CeasefireDonald trumpRussiaUkraineVladimir PutinZELENSKY

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025