• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ প্ৰকোপত বিধস্ত গাজা, ৯৭ হাজাৰৰো অধিক পেলেষ্টাইনী গৃহহীন

Nation NE by Nation NE
May 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ প্ৰকোপত বিধস্ত গাজা, ৯৭ হাজাৰৰো অধিক পেলেষ্টাইনী গৃহহীন
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলী সেনাই গাজাত অহৰহ বোমা বিস্ফোৰণ কৰি আছে, য’ত হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে প্ৰাণহানি হৈছে। ইজৰাইলে এতিয়া সমগ্ৰ গাজা দখল কৰাৰ কথা ঘোষণা কৰিছে।

ইহুদী সেনাৰ অত্যাচাৰৰ বাবে পেলেষ্টাইনৰ জনসাধাৰণৰ অৱস্থা কৰুণ হৈ পৰিছে। গাজাৰ অৱৰোধৰ ফলত খাদ্য সামগ্ৰীৰ নাটনি হৈছে, যাৰ বাবে লাখ লাখ মহিলা, শিশু আৰু বৃদ্ধ লোকে ভোক আৰু পিয়াহত ভুগিছে।

ইজৰাইলৰ এই নৃশংস কাৰ্যৰ বাবে বিগত ৪দিনত গাজা ষ্ট্ৰিপত ৯৭ হাজাৰৰো অধিক পেলেষ্টাইনী গৃহহীন হৈ পৰিছে। এই তথ্য আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই দিয়ে। আই অ’ এম-য়ে কয় যে, গাজাত গৃহহীনতা এক “চলি থকা পৰিস্থিতি”ত পৰিণত হৈছে। গাজাৰ পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ অসহায়তাক আই অ’ এমৰ ছ’চিয়েল মিডিয়া পোষ্টৰ পৰাই অনুমান কৰিব পাৰি।

সামাজিক মাধ্যমত আই অ’ এমে লিখিছে যে, মানৱীয় সাহায্য কেতিয়াও মানুহক বলপূৰ্বকভাৱে স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা উচিত নহয়। ৰাষ্ট্ৰসংঘই কয় যে, তেওঁলোকৰ অংশীদাৰ দেশসমূহৰ সৈতে গাজাৰ ভিতৰত থকা গৃহহীন লোকসকলক সহায় কৰিবলৈ সাজু। ৰাষ্ট্ৰসংঘই তাৎক্ষণিক যুদ্ধবিৰতি আৰু গাজাক সুৰক্ষিত কৰাৰ আহ্বান জনোৱাৰ লগতে নিপীড়িত পেলেষ্টাইনীসকলক মানৱীয় সাহায্য প্ৰদানৰ অনুমতি প্ৰদান কৰে।

ইয়াৰ পূৰ্বে ইজৰাইলে ২ মাৰ্চৰ পৰা গাজাৰ সকলো সীমান্ত ক্ৰছিং বন্ধ কৰি দিয়ে, যিয়ে গাজাত মানৱীয় সংকট আৰু অধিক গভীৰ কৰি তুলিছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ইজৰাইলে গাজাক অহৰহ আক্ৰমণ কৰি আহিছে। এই আক্ৰমণত এতিয়ালৈকে ৫৩ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। একেদৰে ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ১ লাখ ২১ হাজাৰ ৩৯৮ জন লোক আহত হোৱাৰ বিপৰীতে ১১০০ লোক নিৰুদ্দেশ হৈছে। ইজৰাইলী সেনাৰ অবিৰত কাৰ্যকলাপৰ বাবে গাজাৰ পৰিস্থিতি বেয়াৰ পৰা অধিক বেয়ালৈ গতি কৰিছে।

Tags: GAZAIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025