• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
29 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      Nation NE by Nation NE
      May 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…
      Share on FacebookShare on TwitterWhatsApp

      বৰ্তমানৰ ব্যস্ত জীৱনত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ প্ৰায়ে পাহৰি যাও। আমাৰ গোটেই দিনটো কেনেকৈ কামৰ চিন্তাত পাৰ হয় আমিও নিজেই গম নাপাওঁ। বিশেষকৈ আমি ৰাতিপুৱাৰ প্ৰথম কেইঘণ্টামানত কি কৰো আৰু আমি আমাৰ সময় কেনেকৈ কটাওঁ, এই সকলোবোৰে আমাৰ গোটেই দিনটোৰ ৰুটিনত প্ৰভাৱ পেলায়।

      আয়ুৰ্বেদত ৰাতিপুৱাৰ বিশেষ কিছুমান নিয়মৰ কথা উল্লেখ কৰা হৈছে, যিবোৰে কেৱল জীৱনশৈলী উন্নত কৰাই নহয়, এজন ব্যক্তিৰ আত্মবিশ্বাস, অনুশাসন আৰু ভাৰসাম্য আদি গুণৰ বিকাশ ঘটায়। এই গুণবোৰৰ বাবে আপোনাৰ সফলতাৰ পথো মুকলি হয়। এইবোৰৰ বিষয়ে জানো আহক-

      • ৰাতিপুৱা সোনকালে শুই উঠা

      আয়ুৰ্বেদত ব্ৰহ্ম মুহুৰ্তত অৰ্থাৎ সূৰ্য্য উদয়ৰ ২ ঘণ্টা আগতে সাৰ পোৱাটো বাঞ্ছনীয়। ইয়াৰ আঁৰৰ কাৰণ হ’ল দিনটো আৰম্ভ কৰাৰ আগতে শৰীৰটো পৰিষ্কাৰ কৰিবলৈ আৰু যত্ন ল’বলৈ যথেষ্ট সময় থাকে।

      ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে মুখত পানী ঢালি দিব লাগে। বিশেষকৈ চকুত পানী ছটিয়াই দিয়াটো আয়ুৰ্বেদত ভাল ব্যায়াম বুলি গণ্য কৰা হয়। মনত ৰাখিব লাগে যে, এই পানী বেছি ঠাণ্ডা হ’ব নালাগে, বেছি গৰমো হ’ব নালাগে।

      • পেট পৰিষ্কাৰ কৰি ৰখা

      আয়ুৰ্বেদত ৰাতিপুৱা এবাৰ আৰু ৰাতি এবাৰ শৌচ কৰা বাঞ্ছনীয়। ইয়াৰ ফলত ৰাতিপুৱা লঘু আৰু সুস্থ অনুভৱ হয়, আনহাতে ৰাতি পৰিষ্কাৰ পেট থাকিলে ভালদৰে টোপনি অহাত সহায় হয়।

      • দাঁত ভালদৰে পৰিষ্কাৰ কৰা উচিত

      আয়ুৰ্বেদত দাঁত আৰু জিভা পৰিষ্কাৰ কৰাৰ বিশেষ গুৰুত্ব আছে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভালদৰে ব্ৰাছ কৰিব লাগে। মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে কাৰণ মুখত থকা মলিৰ বাবে বহুতো বেক্টেৰিয়া বাঢ়ি যায়, যাৰ ফলত বহুতো ৰোগৰ জন্ম হয়। লগতে মিঠা টুথপেষ্টৰ সলনি তিতা টুথপেষ্টেৰে ব্ৰাছ কৰাটো ভাল।

      • মুখ গাৰ্গল কৰা

      বেছিভাগ মানুহেই ডিঙিৰ বিষ হ’লেহে গাৰ্গল কৰে, কিন্তু আয়ুৰ্বেদ অনুসৰি আমি আমাৰ দৈনন্দিন জীৱনতো গাৰ্গল কৰা উচিত। যদি নিমখীয়া পানীৰে মুখ গাৰ্গলিং কৰা হয়, তেতিয়া সেই নিমখে দাঁতৰ আলুকে ধৰি কোমল কলাবোৰ পৰিষ্কাৰ কৰে।

      • লঘু ব্যায়াম কৰা

      আয়ুৰ্বেদৰ মতে দিনটোৰ আৰম্ভণি লঘু ব্যায়ামেৰে কৰিব লাগে। ইয়াৰ ফলত শৰীৰত তেজৰ সোঁত আৰু নমনীয়তা বৃদ্ধি পায়। ইয়াৰ বাবে আপুনি ফুৰিবলৈ যাব পাৰে বা যোগাসন কৰিব পাৰে কিন্তু মনত ৰাখিব লাগে যে বেছি কষ্ট কৰিব নালাগে। বেছিকৈ ব্যায়াম কৰিলে মানুহ অধিক ভাগৰুৱা হ’ব পাৰে।

      • খোৱাত মনোনিৱেশ কৰা

      ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বেছি গধুৰ হ’ব নালাগে, লগতে বেছি দেৰিকৈও কৰিব নালাগে। ব্ৰেকফাষ্ট কৰিলে পেটটো ভৰি থাকে আৰু পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে। ফল-মূল, শাক-পাচলি, ৰস, দৈ আৰু গোটা শস্যৰে দিনটোৰ আৰম্ভণি কৰা উচিত।

      Tags: HealthHealthy lifehealthy news

      Related Posts

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?
      Top News

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      July 8, 2025
      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ
      Top News

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      July 8, 2025
      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      July 8, 2025

      শীৰ্ষ সংবাদ

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist