• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

Nation NE by Nation NE
May 23, 2025
in Top News, অসম
0 0
উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী
Share on FacebookShare on TwitterWhatsApp

দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনত যোৱা ১৭ মে’ত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই ঘটনাৰ সময়তে অসমীয়াক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰে তনু শ্বাহী নামৰ এগৰাকী যুৱতীয়ে।

যাৰ বাবে উত্তাল হৈ উঠে দুলীয়াজানৰ ৰাজপথ। তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবী তোলে বিভিন্নধৰণৰ দল-সংগঠনে।

দুলীয়াজানৰ তেল ডিপোৰ এই লৈ এতিয়া ৰাজ্যজুৰি চলিছে তীব্ৰ প্ৰতিক্ৰিয়া। ২২ মে’ত অসমীয়াক অপমান কৰা বিতৰ্কিত তনু শ্বাহীক দুলীয়াজান আৰক্ষীয়ে আটক ৮ ঘণ্টা ধৰি জেৰা কৰে। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকে জেৰা কৰে তনু শ্বাহীক। জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় বিতৰ্কিত যুৱতীগৰাকীক।ইয়াৰ পিছতেই দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱা হয় তনু শ্বাহীক।

উল্লেখ্য যে, এই ঘটনাত নাম সাঙোৰ খাইছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম। যাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকৰজ্যোতি বৰুৱাক।

ইফালে এনে এক উত্তপ্ত পৰিস্থিতিৰ মাজতেই দুলীয়াজান বন্ধ ঘোষণা কৰে ১১ টাকৈ বিভিন্ন দল-সংগঠনে। লগতে শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীৰেও সংগঠনে বন্ধ ঘোষণা কৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা স্তব্ধ হৈ পৰে দুলীয়াজান। খোলা নাই কোনো ব্যৱসায়িক প্ৰতিষ্ঠানো। এই অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষীবাহিনী।

ইফালে এই বন্ধ কাৰ্যসূচীত সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছিল বীৰ লাচিত সেনাই। যাৰ বীৰ লাচিত সেনাৰ সৈনিককো আটক কৰে ডুমডুমা আৰক্ষীয়ে। নিজা বাসগৃহৰ পৰাই আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলাৰ যুটীয়া সচিব অভিষেক বড়াক।

আকৌ ‘আমি দুখীয়া হ’ব পাৰো, তহঁতৰ গোলাম নহয়, জে’লৰ ফ্ৰী ভাত খুৱাব লাগিব তনু শ্বাহীক’। আকৌ যদি যাব লাগে শৰাইঘাটলৈ—গীত জুৰি বীৰ লাচিত সেনাৰ সৈনিকক লৈ দুলীয়াজানলৈ ৰাওনা হৈছিল বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। লগতে ‘আৰক্ষীয়ে গ্ৰেপ্তাৰৰ ভয় দেখুৱাই লাভ নাই, জে’ল যাবলৈ সাজু আছো। হাতৰ হেণ্ডকাফ আমাৰ কাৰনে অলংকাৰ।’ আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰিছিল শৃংখল চলিহাই।

ইয়াৰ পিছতেই বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ডিমৌৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰা হয়। শিৱসাগৰৰ পৰা দুলিয়াজান অভিমুখে গৈ থাকোঁতেই আটক কৰা হয় চলিহাক।

ইয়াৰ পিছতেই ৩ ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক মুকলি কৰি দিবলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় দল-সংগঠনসমূহে। অন্যথা সমগ্ৰ উজনি অসম স্তব্ধ কৰি দিয়াৰ ভাবুকি দিয়ে  সংগঠনসমূহে।

Tags: #AssamProtestSivasagar

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025