• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 30, 2025
26 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপকৰ্মৰ গোচৰত জামিন লাভৰ পিছতেই উলিয়ালে ৰোড শ্ব’, ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি পুনৰ জেলত ভৰালে আৰক্ষীয়ে

Nation NE by Nation NE
May 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অপকৰ্মৰ গোচৰত জামিন লাভৰ পিছতেই উলিয়ালে ৰোড শ্ব’, ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি পুনৰ জেলত ভৰালে আৰক্ষীয়ে
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনত কৰ্ণাটকৰ হাভেৰীত এগৰাকী মহিলাৰ সৈতে দলীয়ভাৱে সংঘটিত হয় অপকৰ্ম। এই জঘন্য কাণ্ডৰ ৭জন অভিযুক্তৰ ভিতৰত ইতিমধ্যে ৫জনে জামিন লাভ কৰে।

পিছে জামিন লাভ কৰিয়েই এই অভিযুক্ত ৫জনে অনুষ্ঠিত কৰে এক ৰোড শ্ব’ অনুষ্ঠিত কৰে। এই ৰোড শ্ব’ উদযাপন কৰাৰ অপৰাধত পুনৰ গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তকেইজনক। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হাবেৰী উপকাৰাগাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত ৫খন বাহন আৰু ২০জনৰো অধিক লোকৰ কনভয় লৈ ৰাজপথলৈ ওলাই আহে। এই ভিডিঅ’টোত অভিযুক্তই হাঁহি হাঁহি বিজয়ৰ চিন দেখুৱাই থকা দেখা গৈছে। এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে সামাজিক মাধ্যমতো ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে, আৰক্ষীৰ তথ্য অনুসৰি ২০২৪ চনত কৰ্ণাটকৰ হাভেৰীত আন্তঃধৰ্মীয় দম্পতীৰ হোটেলৰ কোঠাত কেইবাজনো লোক প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে অভিযুক্তই মহিলাগৰাকীক টানি ওচৰৰ হাবিলৈ লৈ যায় আৰু অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়। এই বিষয়টো পোহৰলৈ অহাত আৰক্ষীয়ে উচিত তদন্ত আৰম্ভ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

পিছে আদালতত উপযুক্ত প্ৰমানৰ অভাৱত অভিযুক্তক চিনাক্ত কৰিব নোৱাৰাৰ পিছতে ৭জন অভিযুক্তৰ ভিতৰত ৫জনে জামিন লাভ কৰে। যাৰ বাবে হাবেৰী অধিবেশন আদালতে আফতাব চন্দনাকট্টি, মাদাৰ চাব মাণ্ডক্কি, সমীভুল্লা লালনাভাৰ, মহম্মদ ছাদিক আগাছিমণি, শ্বোৱেইব মল্ল, তৌছিপ চোটি আৰু ৰিয়াজ ছাৱিকেৰীৰ জামিন মঞ্জুৰ কৰে।

Tags: ACCUSEDKarnatakaRoad Show

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

October 30, 2025
বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…
Top News

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

October 30, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

শীৰ্ষ সংবাদ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025