• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 12, 2025
31 °c
Guwahati
31 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা সহদেৱক গ্ৰেপ্তাৰ ATSৰ

      Nation NE by Nation NE
      May 24, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা সহদেৱক গ্ৰেপ্তাৰ ATSৰ
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় বায়ু সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী এজেণ্টক যোগান ধৰাৰ গুৰুতৰ অভিযোগত গুজৰাটৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গুজৰাট আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) গ্ৰেপ্তাৰ কৰা লোকজনক সহদেৱ সিং গোহিল বুলি চিনাক্ত কৰা হৈছে।

      এ টি এছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিব দিয়া অনুসৰি, গুজৰাটৰ কচ্চৰ নিবাসী গোহিলে এগৰাকী স্বাস্থ্য কৰ্মী হিচাপে কৰ্মৰত। হোৱাটছএপৰ জৰিয়তে ২০২৩ চনত এগৰাকী পাকিস্তানী এজেণ্টৰ সম্পৰ্কত আহিছিল গোহিল।

      পাকিস্তানী মহিলাগৰাকীয়ে নিজকে অদিতি ভৰদ্বাজ বুলি পৰিচয় দিছিল। গোহিলে ভাৰতীয় বায়ু সেনা আৰু বি এছ এফৰ কেইবাটাও নিৰ্মাণাধীন এলেকাৰ ফটো আৰু ভিডিঅ’ পাকিস্তানী মহিলাগৰাকীলৈ প্ৰেৰণ কৰা বুলিও জানিব দিয়ে এ টি এছৰ শীৰ্ষ বিষয়াগৰাকীয়ে।

      বিষয়াগৰাকীয়ে আৰু কয়, ‘আমি তথ্য লাভ কৰিছিলো যে তেওঁ পাকিস্তানী এজেণ্টৰ সৈতে বিএছএফ আৰু আইএএফৰ সৈতে জড়িত তথ্য যোগান ধৰি আছে। ইয়াৰ পিছত ১ মে’ত গোহিলক প্ৰাৰম্ভিক তদন্তৰ বাবে মাতি অনা হয়, য’ত এছটিএফে জানিব পাৰে যে পাকিস্তানী এজেণ্টজনে তেওঁৰ পৰা আইএএফ আৰু বিএছএফৰ সৈতে জড়িত ফটো আৰু ভিডিঅ’ বিচাৰিছে।’

      ইয়াৰ উপৰি গোহিলে এগৰাকী অজ্ঞাত ব্যক্তিৰ পৰা ৪০ হাজাৰ টকা লাভ কৰা বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে জানিব দিয়ে।

      Tags: ATSGujaratISISPY

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 12, 2025
      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      শীৰ্ষ সংবাদ

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist