• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 25, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

বিধানসভা নিৰ্বাচনৰ বাবে ১২৪টা সমষ্টিৰ মনোনয়ন পৰীক্ষা সম্পন্ন। ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ।৮১৫ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল ১৩৮৯ খন মনোনয়ন পত্ৰ। ইতিমধ্যে বৰপেটা আৰু ঢেকিয়াজুলিৰ মনোনয়ন পত্ৰ পৰীক্ষণ স্থগিত ৰখা হৈছে। আজি দিনৰ ১১ বজালৈ স্থগিত ২ সমষ্টিৰ পৰীক্ষণ প্ৰক্ৰিয়া। ২৬ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব প্ৰাৰ্থীসকলে।

আগন্তুক বিধানসভা নিৰ্বাচনত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫টা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে সৰ্বমুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল।  ২৪ মাৰ্চত আটাইবোৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰ পিছতেই কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াই আটাইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে।উল্লেখযোগ্য যে অহা ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে আৰু ৪ মে’ত ভোট গণনা কাৰ্য সম্পন্ন কৰা হ’ব।

আমেৰিকাৰ ভাৰতীয় মূলৰ উদ্যোগপতি কাল সোমানিয়ে ১.৬৩ বিলিয়ন মাৰ্কিন ডলাৰ বা ১৫ হাজাৰ কোটি টকাত ক্ৰয় কৰিছে IPLৰ অন্যতম দল ৰাজস্থান ৰয়েলছ।যাৰ বাবে প্ৰথমবাৰৰ বাবে আই পি এলৰ ফ্ৰেঞ্চাইজিৰ মূল্য এক বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰে। খবৰ অনুসৰি সমগ্ৰ চুক্তিখন বিচিচিআইৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। যদিহে সেউজ সংকেত পায়, তেন্তে অহা কেইদিনমানৰ ভিতৰত এই চুক্তি আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হ’ব পাৰে।

Tags: Latest newsmorning newsnews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025