• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! ভয়ংকৰ কাণ্ড মহিলাৰ

Nation NE by Nation NE
May 28, 2025
in Top News, অসম
0 0
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! ভয়ংকৰ কাণ্ড মহিলাৰ
Share on FacebookShare on TwitterWhatsApp

মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। মাৰাত্মক দ্ৰব্য পান কৰি ভয়ংকৰ সিদ্ধান্ত ল’লে এগৰাকী মহিলাই। প্ৰেমিকে আনি দিয়া মাৰাত্মক দ্ৰব্য সেৱন কৰি খাই এই ভয়ানক কাণ্ড সংঘটিত কৰাৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ।

স্বামীক হত্যা কৰিবলৈ প্ৰেমিকে আনি দিয়া মাৰাত্মক দ্ৰব্য সেৱন কৰি মৃত্যুক সাৱটি লয় বুলি অভিযোগ স্বামী চিন্ময় কটকীৰ।

তিনিবছৰীয়া কন্যা সন্তান এটিক কাষতে বহুৱাই মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাই সমগ্ৰ অঞ্চলত।

ঘটনা অনুসৰি, মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰআঠিয়াবাৰী গাঁওৰ চিন্ময় কটকী নামৰ এগৰাকী যুৱকৰ সৈতে যোৱা চাৰি বছৰ পূৰ্বে বিয়াত বহিছিল কলাইগাঁওৰ এইগৰাকী মহিলাই।

৩বছৰীয়া এটি কণমানি কন্যা সন্তানৰ সৈতে সংসাৰ ধুনীয়াকৈ চলি থকাৰ মাজতে একে গাঁওৰে সীমান্ত চহৰীয়া নামৰ এজন যুৱকৰ সৈতে গঢ় লৈ উঠে অবৈধ প্ৰেমৰ সম্পৰ্ক।

এই সম্পৰ্কৰ বিষয়ে লাহে লাহে স্বামী চিন্ময়ে জনাৰ পিছৰ পৰা তেওঁলোকৰ মাজত আৰম্ভ হয় মনোমালিন্য।

প্ৰেমিক সীমান্তই মহিলাগৰাকীক দিয়া এযোৰ পায়েলক লৈও সৃষ্টি হয় তীব্রতৰ সংঘাত। প্ৰেমিকে দিয়া পায়েল যোৰ প্ৰেমিকক স্বামীক উভতাই দিবলৈ কৈ যোৱাৰ সময়তে ঘৰত সন্তানৰ সৈতে থকা মহিলাগৰাকীয়ে এই সিদ্ধান্ত লয়।

প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ তেওঁক অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক পিছলৈ তেওঁক GMCH লৈ নিয়া হয়। কিন্তু GMCH ত মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে।

এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত চলাই আছে।

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025