• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯ নম্বৰত বেটিং কৰিবলৈ আহি বিশ্ব অভিলেখ গঢ়িলে বাংলাদেশৰ বেটাৰে

Nation NE by Nation NE
May 31, 2025
in Top News, ক্ৰীড়া
0 0
৯ নম্বৰত বেটিং কৰিবলৈ আহি বিশ্ব অভিলেখ গঢ়িলে বাংলাদেশৰ বেটাৰে
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু বাংলাদেশৰ মাজত চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ৫৭ ৰানত জয়ী হয় পাকিস্তান। মেচখনত পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২০১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে মাত্ৰ ১৪৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই শোচনীয় পৰাজয়বৰণ কৰে।

মেচখনত পৰাস্ত হ’লেও বাংলাদেশৰ তাঞ্জিম হাছান ছাকিবে টি-২০ আন্তঃৰাষ্ট্ৰীয় এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পূৰ্ণ সদস্য দলৰ হৈ ৯ নম্বৰ স্থানত বেটিং কৰি অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে তাঞ্জিম হাছান ছাকিব।

পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত তাঞ্জিম হাছান ছাকিবে ৩১টা বলত ৫০ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল এটা চাৰি আৰু ৫টা ছয়।

লাহোৰত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন টি-২০ত পাকিস্তানৰ হৈ ছাহিবজাদা ফাৰহানে ৭৪, হাছান নাৱাজে ৫১ আৰু মহম্মদ হেৰিছৰ ৪১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলটোৱে মাত্ৰ ১৯ অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল ১৪৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বাংলাদেশ হৈ একমাত্ৰ তাঞ্জিন হাছান ছাকিবেই সৰ্বাধিক অৰ্ধশতকীয় ইনিংছ খেলে।

Tags: Pakistan vs BangladeshT20 RecordTanzim Hasan Sakib

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025