• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজৱ ঘটনা! যৌতুকত স্বামীগৃহই বিচাৰিলে দেহৰ অংগ, জানক সবিশেষ

Nation NE by Nation NE
June 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজৱ ঘটনা! যৌতুকত স্বামীগৃহই বিচাৰিলে দেহৰ অংগ, জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

যৌতুকত গাড়ী, ঘৰ, সোণ আৰু সম্পত্তিৰ দাবীৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। যদিও আইন অনুসৰি যৌতুক লোৱাটো অপৰাধ, তথাপিও বহু ঠাইত এতিয়াও বিবাহত গোপনে যৌতুক লোৱা হয়। কেৱল এয়াই নহয়, মহিলাগৰাকী শহুৰেকৰ ঘৰলৈ অহাৰ পিছতো তেওঁৰ পৰা যৌতুক দাবী কৰা হয়।

বহু ঠাইত শহুৰৰ ঘৰে যৌতুক নিদিয়াৰ বাবে নৱবিবাহিতাক অত্যাচাৰো কৰে, কিন্তু যৌতুকত এগৰাকী মহিলাৰ বৃক্ক বিচৰাৰ কথা হয়তো আপুনি কেতিয়াও শুনা নাই। কিন্তু এনে এক ঘটনা সংঘটিত হৈছে ভাৰতৰে এখন ৰাজ্যত।

উত্তৰ বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী মহিলাই নিজৰ পুত্ৰৰ বাবে যৌতুক হিচাপে কইনাৰ পৰা বৃক্ক বিচৰাৰ এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে মুজাফ্ফৰপুৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ভুক্তভোগীগৰাকী এতিয়া মাতৃগৃহত। তেওঁ নিজৰ ওপৰত সংঘটিত অত্যাচাৰৰ কথা আৰক্ষীক জনাই কয় যে  তেওঁ ২০২১ চনত এই ঘৰখনলৈ বিয়া হৈ আহিছিল।

ভুক্তভোগীয়ে কয় যে, বিয়াৰ পিছত প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত তেওঁৰ শাহু-শহুৰে তেওঁক মাতৃগৃহৰ পৰা পইচা, বাইক আৰু গহনা আনিবলৈ মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ ধৰিলে আৰু তেওঁক মাৰপিট কৰিবলৈ ধৰিলে। তেওঁলোকৰ দাবী মানি নল’লে তেওঁৰ এটা কিডনী অসুস্থ স্বামীক দান দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে।

মহিলাগৰাকীয়ে কয় যে, তেওঁ নিজৰ স্বামীৰ কিডনীৰ ৰোগৰ বিষয়ে বিয়াৰ দুবছৰৰ পিছতহে গম পায়। কিডনী দান দিবলৈ হেঁচা দি তেওঁৰ শাহু-শহুৰে তেওঁক প্ৰহাৰ আৰু অত্যাচাৰ কৰিছিল। ইয়াৰ পিছতে দীপ্তিয়ে পিতৃ-মাতৃৰ ঘৰলৈ আহি মহিলা থানাত এজাহাৰ দাখিল কৰে।

Tags: bihar newsBihar Policedawri

Related Posts

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা
Top News

December 18, 2025
বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 18, 2025

শীৰ্ষ সংবাদ

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025