• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজৱ ঘটনা! যৌতুকত স্বামীগৃহই বিচাৰিলে দেহৰ অংগ, জানক সবিশেষ

Nation NE by Nation NE
June 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজৱ ঘটনা! যৌতুকত স্বামীগৃহই বিচাৰিলে দেহৰ অংগ, জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

যৌতুকত গাড়ী, ঘৰ, সোণ আৰু সম্পত্তিৰ দাবীৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। যদিও আইন অনুসৰি যৌতুক লোৱাটো অপৰাধ, তথাপিও বহু ঠাইত এতিয়াও বিবাহত গোপনে যৌতুক লোৱা হয়। কেৱল এয়াই নহয়, মহিলাগৰাকী শহুৰেকৰ ঘৰলৈ অহাৰ পিছতো তেওঁৰ পৰা যৌতুক দাবী কৰা হয়।

বহু ঠাইত শহুৰৰ ঘৰে যৌতুক নিদিয়াৰ বাবে নৱবিবাহিতাক অত্যাচাৰো কৰে, কিন্তু যৌতুকত এগৰাকী মহিলাৰ বৃক্ক বিচৰাৰ কথা হয়তো আপুনি কেতিয়াও শুনা নাই। কিন্তু এনে এক ঘটনা সংঘটিত হৈছে ভাৰতৰে এখন ৰাজ্যত।

উত্তৰ বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী মহিলাই নিজৰ পুত্ৰৰ বাবে যৌতুক হিচাপে কইনাৰ পৰা বৃক্ক বিচৰাৰ এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে মুজাফ্ফৰপুৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ভুক্তভোগীগৰাকী এতিয়া মাতৃগৃহত। তেওঁ নিজৰ ওপৰত সংঘটিত অত্যাচাৰৰ কথা আৰক্ষীক জনাই কয় যে  তেওঁ ২০২১ চনত এই ঘৰখনলৈ বিয়া হৈ আহিছিল।

ভুক্তভোগীয়ে কয় যে, বিয়াৰ পিছত প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত তেওঁৰ শাহু-শহুৰে তেওঁক মাতৃগৃহৰ পৰা পইচা, বাইক আৰু গহনা আনিবলৈ মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ ধৰিলে আৰু তেওঁক মাৰপিট কৰিবলৈ ধৰিলে। তেওঁলোকৰ দাবী মানি নল’লে তেওঁৰ এটা কিডনী অসুস্থ স্বামীক দান দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে।

মহিলাগৰাকীয়ে কয় যে, তেওঁ নিজৰ স্বামীৰ কিডনীৰ ৰোগৰ বিষয়ে বিয়াৰ দুবছৰৰ পিছতহে গম পায়। কিডনী দান দিবলৈ হেঁচা দি তেওঁৰ শাহু-শহুৰে তেওঁক প্ৰহাৰ আৰু অত্যাচাৰ কৰিছিল। ইয়াৰ পিছতে দীপ্তিয়ে পিতৃ-মাতৃৰ ঘৰলৈ আহি মহিলা থানাত এজাহাৰ দাখিল কৰে।

Tags: bihar newsBihar Policedawri

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025