• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চিৰাঙত জিলা আয়ুক্তৰ উপস্থিতিত বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী

Nation NE by Nation NE
June 11, 2025
in Top News, অসম
0 0
চিৰাঙত জিলা আয়ুক্তৰ উপস্থিতিত বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী
Share on FacebookShare on TwitterWhatsApp

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ (NMEO-OP)ৰ অধীনত ১০ জুনত চিৰাং জিলাৰ বড়ো বাজাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ১ নং চিখাজোৰা গাঁৱত বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।

এই বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী জিলা কৃষি বিভাগ, চিৰাঙৰ উদ্যোগত আৰু 3F Oil palm Pvt. Ltd. ৰ সহযোগত প্ৰগতিশীল কৃষক চনজিত বৰ্মনৰ কৃষি পথাৰত আয়োজন কৰা হয়।

মহকুমা কৃষি বিষয়া উপানন্দ পাটোৱাৰীয়ে আঁত ধৰা বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্য্যসূচীৰ আনুষ্ঠানিক সভাত চিৰাং জিলা আয়ুক্ত যতীন বৰা, অতিৰিক্ত আয়ুক্ত (কৃষি) অৰিজিত মহাজন, জিলা কৃষি বিষয়া অমৃতলাল নাৰ্জাৰীৰ লগতে শতাধিক স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।

সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত গৰাকীয়ে উপস্থিত ৰাইজক তৈল খেজুৰ খেতিৰ বাবে আগবাঢ়ি অহাৰ বাবে আহ্বান জনোৱাৰ লগতে চৰকাৰৰ কৃষিৰ সৈতে জড়িত অন্যান্য আঁচনি সমূহৰ সুবিধা সমূহ লোৱাৰ বাবেও আহ্বান জনায়।

সভাত জিলা কৃষি বিষয়া অমৃতলাল নাৰ্জাৰী আৰু মহকুমা কৃষি বিষয়া উপানন্দ পাটোৱাৰীয়ে উপস্থিত কৃষক ৰাইজক কৃষি বিভাগৰ বহুকেইখন আঁচনি সম্পৰ্কে অৱগত কৰে।

উল্লেখ্য যে এই বিস্তৃত ৰোপন কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হৈছে তৈল খেজুৰ খেতিৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰা, ভোজ্য তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। এই কাৰ্য্যসূচীত উপস্থিত ৰাইজৰ মাজত কৃষি ক্ষেত্ৰত কেনেদৰে ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ কৰা হয় তাৰো এক প্ৰদৰ্শনী কৰা হয়।

Tags: Agriculture DepartmentChirangPalm OilPlantation

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025