• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপৰ

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপৰ
Share on FacebookShare on TwitterWhatsApp

আজি গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয় যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। কিন্তু ঘটনাস্থলত থকা উদ্ধাৰকাৰী দল আৰু এজেন্সীসমূহৰ সৈতে সম্পৰ্কত আছে।

চন্দ্ৰশেখৰনে লগতে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানক প্ৰথম গুৰুত্ব প্ৰদান কৰা হৈছে আৰু বিমানখনত থকা প্ৰতিগৰাকী লোকৰ বাবে সম্ভৱপৰ সহায় আগবঢ়োৱা হ’ব।

অধ্যক্ষগৰাকীয়ে লগতে জানিব দিয়ে যে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই এয়াৰ ইণ্ডিয়াৰ ৫০ গৰাকী লোক আহমেদাবাদলৈ ৰাওনা হয়। সহায় সাহায্য আগবঢ়োৱাৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি কৰা হৈছে। বিমান পৰিবহন মন্ত্ৰীৰ সৈতেও বাৰ্তালাপ কৰা বুলি জনায়।

ইয়াৰ উপৰি এই কৰুণ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ১ কোটি টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰি দুৰ্ঘটনাত আহত লোকসকলক সকলো প্ৰকাৰৰ চিকিসা সুবিধা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে টাটা গ্ৰুপৰ পৰা।

আনহাতে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বি জে মেডিকেল হাস্পতালখন মেৰামৰি কৰি দিয়া হ’ব বুলিও ঘোষণা কৰে।

Tags: AhmedabadAir IndiaEx-GratiaPlane CrashTata Group

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025