• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদত কেনেকৈ হৈছিল বিমান দুৰ্ঘটনা? তদন্তৰ বাবে তিনি মাহৰ সময়সীমা চৰকাৰৰ

Nation NE by Nation NE
June 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদত কেনেকৈ হৈছিল বিমান দুৰ্ঘটনা? তদন্তৰ বাবে তিনি মাহৰ সময়সীমা চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত শনিবাৰে প্ৰথমবাৰৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৭১ আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতেই দুৰ্ঘটনাত পতিত হৈছিল।

অসামৰিক বিমান পৰিবহণৰ সচিব সমীৰ কুমাৰ সিনহাই কয় যে বিমানখন উৰণৰ পিছত মাত্ৰ ৬৫০ ফুট উচ্চতালৈ যাবলৈ সক্ষম হয়। ইয়াৰ কিছু সময়ৰ পিছতে বিমানখনৰ উচ্চতা হ্ৰাস পাবলৈ ধৰে আৰু পাইলটে দুপৰীয়া ১:৩৯ বজাত এটিচিলৈ ‘মে ডে’ ফোন ​​প্ৰেৰণ কৰে। এক মিনিটৰ ভিতৰতে মেঘানীনগৰৰ মেডিকেল হোষ্টেল চৌহদত বিমানখন বাগৰি পৰে।

সমীৰ সিনহাই লগতে কয় যে দুৰ্ঘটনাৰ পূৰ্বে বিমানখনে কোনো কাৰিকৰী সমস্যা নোহোৱাকৈ পেৰিছ-দিল্লী-আহমেদাবাদ যাত্ৰা সম্পূৰ্ণ কৰিছিল।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি কয় যে তেওঁ পথ দুৰ্ঘটনাত পিতৃক হেৰুৱাইছে, গতিকে ভুক্তভোগী পৰিয়ালসমূহৰ যন্ত্ৰণা তেওঁ বুজিব পাৰে।

কেন্দ্ৰীয় চৰকাৰে এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে, যিয়ে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। গৃহ সচিবৰ নেতৃত্বত গঠিত এই কমিটীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া সচিব পৰ্যায়ৰ ওপৰৰ বিষয়াসকল অন্তৰ্ভুক্ত হ’ব।

কমিটীয়ে দুৰ্ঘটনাটোৰ কাৰণসমূহৰ তদন্ত কৰি বৰ্তমানৰ এছ অ’ পি আৰু গাইডলাইনসমূহ পৰ্যালোচনা কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ মোকাবিলা কৰিবলৈ বিস্তৃত পৰামৰ্শ আগবঢ়াব।

ডিজিচিএৰ নিৰ্দেশ অনুসৰি এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানৰ তদন্ত চলি আছে। ভাৰতত মুঠ ৩৪ খন ড্ৰিমলাইনাৰ আছে, ইয়াৰে ৮ খনৰ তদন্ত সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ২৪২ জন লোক আছিল, ইয়াৰে ২৪১ জন লোকৰ মৃত্যু হয় আৰু মাত্ৰ এজন লোকৰহে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মেডিকেল হোষ্টেল কমপ্লেক্সতো ২০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Tags: AhmedabadAir IndiaGujratPlane Crash

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025