• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ঘৰত প্ৰৱেশ কৰি দুই সাংসদক আক্ৰমণ দুৰ্বৃত্তৰ; এজনৰ মৃত্যু

Nation NE by Nation NE
June 14, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ঘৰত প্ৰৱেশ কৰি দুই সাংসদক আক্ৰমণ দুৰ্বৃত্তৰ; এজনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা দুৰ্বৃত্তৰ দলে দুগৰাকী সাংসদৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ খবৰে স্তম্ভিত কৰি তুলিছে আমেৰিকাবাসীক। এই ঘটনাত এজন সাংসদৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

তথ্য অনুসৰি মিনেছ’টাৰ দুজন ডেম’ক্ৰেটিক সাংসদক দুৰ্বৃত্তই আক্ৰমণ কৰে। প্ৰথমটো আক্ৰমণত ডেম’ক্ৰেটিক ষ্টেটৰ প্ৰতিনিধি মেলিছা হাৰ্টমেনৰ মৃত্যু হয়। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই আক্ৰমণত মেলিছাৰ স্বামীৰো মৃত্যু হৈছে।

দ্বিতীয়টো ঘটনাত ডেম’ক্ৰেটিক ষ্টেটৰ চিনেটৰ জন হফমেন আৰু তেওঁৰ পত্নী ইভেটক কেইবাজাঁই গুলীৰে আঘাত কৰা হয়। এই ঘটনাত দুয়োজন গুৰুতৰভাৱে আহত হয়।

লাভ কৰা খবৰ অনুসৰি, দুয়োৰে অস্ত্ৰোপচাৰ কৰা হৈছে আৰু চিকিৎসকে আশা কৰিছে যে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিব।

এই কাণ্ডৰ বিষয়ে তথ্য দিছে মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে। তেওঁ কয় যে এই আক্ৰমণ ৰাজনৈতিক কাৰণত কৰা যেন অনুভৱ হয়। আক্ৰমণকাৰীয়ে আৰক্ষীৰ পোছাকত আহি ঘটনা সংঘটিত কৰে।

এই ঘটনা সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰো প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। ড’নাল্ড ট্ৰাম্পে কয়- মিনেছ’টাত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাৰ বিষয়ে মোক জনোৱা হৈছে, যিটো ৰাজ্যৰ সাংসদসকলৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱা আক্ৰমণ যেন লাগে।

আমাৰ এটৰ্নী জেনেৰেল পেম বণ্ডি আৰু এফ বি আইয়ে পৰিস্থিতিৰ তদন্ত কৰি আছে, আৰু তেওঁলোকে জড়িত যিকোনো ব্যক্তিৰ বিৰুদ্ধে আইনৰ সম্পূৰ্ণ পৰিসৰত গোচৰ চলাব। এনে ভয়াবহ হিংসা আমেৰিকাত সহ্য কৰা নহ’ব।

Tags: AmericaGunmanShot Dead

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025