• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
25 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়ক বায়ুসেনাৰ উভোতাই অনাৰ বৃহৎ পৰিকল্পনা, সংকেত পোৱাৰ লগে লগে আৰম্ভ হ’ব অভিযান

Nation NE by Nation NE
June 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ পৰা ভাৰতীয় নাগৰিকক উলিয়াই আনিবলৈ সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা। সূত্ৰ অনুসৰি, চৰকাৰৰ পৰা নিৰ্দেশ পোৱাৰ লগে লগে বায়ুসেনাৰ বিমানখন আৰ্মেনিয়া বা আন চুবুৰীয়া দেশলৈ যাব পাৰে য’ত ভাৰতীয়সকলক যাবলৈ কোৱা হৈছে। কাৰণ যুদ্ধৰ বাবে ইৰাণৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

সূত্ৰ অনুসৰি, ভাৰতীয় বায়ুসেনাৰ এয়াৰলিফ্ট পৰিকল্পনা এনে প্ৰতিকূল পৰিস্থিতিৰ বাবে সদায় সাজু হৈ থাকে। এনে অভিযানৰ বাবে বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ, আই এল-৭৬ আৰু চি-১৩০জে ছুপাৰ হাৰকিউলিছ সামৰিক পৰিবহণ বিমান ব্যৱহাৰ কৰা হয়।

ইৰাণত প্ৰায় ১০ হাজাৰ ভাৰতীয় লোকক নিৰাপদে উলিয়াই অনাৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰে ভিতৰত আছে বৃহৎ সংখ্যক জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰী, যিসকলে ইৰাণলৈ পঢ়া-শুনাৰ বাবে গৈছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সকলো ভাৰতীয়কে ইৰাণৰ ৰাজধানী তেহৰাণ এৰি নিৰাপদ স্থানলৈ যাবলৈ সকীয়াই দিছে। ইৰাণৰ সংলগ্ন চুবুৰীয়া দেশ আৰ্মেনিয়ালৈও যাবলৈ কোৱা হৈছে। প্ৰয়োজন হ’লে চৰকাৰে আৰ্মেনিয়াৰ পৰা এয়াৰলিফ্ট কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।

ইৰাণৰ উপৰিও চুবুৰীয়া দেশ ইৰাক, ছিৰিয়া আৰু জৰ্ডানৰ আকাশমাৰ্গও বন্ধ হৈ আছে। এনে পৰিস্থিতিত আৰ্মেনিয়া একমাত্ৰ দেশ য’ৰ পৰা ভাৰতে নিজৰ নাগৰিকক নিৰাপদে বিমানেৰে লৈ যাব পাৰে। আৰ্মেনিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক। এই সন্দৰ্ভত স্বয়ং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আৰ্মেনিয়াৰ সমকক্ষ আৰাৰাট মিৰ্জিয়নৰ সৈতে ফোনযোগে কথা পাতিছে। জয়শংকৰে ইউ এ ইৰ বৈদেশিক মন্ত্ৰী (আৰু উপ-প্ৰধানমন্ত্ৰী) এ বি জায়েদৰ সৈতেও ফোনত কথা পাতিছে।

শেহতীয়া বছৰবোৰত ভাৰতীয় বায়ুসেনাই ভাৰতীয় নাগৰিকক নিৰাপদে অনাত সফল হৈছে, সেয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক (২০২২) হওক বা চুডান গৃহযুদ্ধই হওক (২০২৩)। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতে অপাৰেচন গংগাৰ অধীনত প্ৰায় ২২ হাজাৰ নাগৰিকক উলিয়াই আনিছিল। সেই সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানৰ লগতে বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ বিমান ব্যৱহাৰ কৰা হৈছিল।

চুডানৰ গৃহযুদ্ধৰ সময়ত ভাৰতীয় বায়ুসেনাই অপাৰেচন কাবেৰীৰ বাবে যুদ্ধক্ষেত্ৰত চি-১০ৰ লগতে চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমান নিয়োগ কৰিছিল। ভাৰতীয় নৌসেনাই অপাৰেচন কাবেৰীৰ সময়তো ভাৰতীয় নাগৰিকক ঘৰলৈ ঘূৰাই অনাতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

Tags: ConflictIranIsrael

Related Posts

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026
কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম
Top News

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

May 8, 2026

শীৰ্ষ সংবাদ

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025