• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 18, 2025
28 °c
Guwahati
26 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    প্ৰাইভেট হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

    ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গাজাত মানৱীয় সংকটঃ খাদ্যৰ বাবে শাৰী পাতি থকাৰ ওপৰত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ, ৪৫ জন নিহত

      Nation NE by Nation NE
      June 18, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      গাজাত মানৱীয় সংকটঃ খাদ্যৰ বাবে শাৰী পাতি থকাৰ ওপৰত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ, ৪৫ জন নিহত
      Share on FacebookShare on TwitterWhatsApp

      বিগত ২০ মাহ ধৰি গাজাত ইজৰাইলৰ সামৰিক অভিযানে অঞ্চলটো বিধ্বস্ত কৰি তুলিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত আৰম্ভ হোৱা যুদ্ধত এতিয়ালৈকে ৫৫ হাজাৰতকৈ অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে।

      গাজাৰ ২৩ লাখ জনসংখ্যাৰ প্ৰায় ৮০% লোক স্থানচ্যুত হৈছে, আৰু ৰাষ্ট্ৰসংঘই সকীয়াই দিছে যে এই অঞ্চলটো দুৰ্ভিক্ষৰ আশংকাত আছে।

      গাজা ষ্ট্ৰিপৰ দক্ষিণৰ খান ইউনিছ চহৰত ইজৰাইলৰ টেংক গোলাবৰ্ষণত কমেও ৪৫ জন পেলেষ্টাইনী নাগৰিক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। এই দাবী কৰিছে হামাছৰ দ্বাৰা পৰিচালিত গাজা স্বাস্থ্য মন্ত্ৰালয়ে।

      মন্ত্ৰালয়ৰ মতে, আল-তাহলিয়া ছেক্সনত খাদ্যৰ দৰে মানৱীয় সাহায্য কঢ়িয়াই অনা ট্ৰাকৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত এই আক্ৰমণ সংঘটিত হয়। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

      স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, খান ইউনিছত হাজাৰ হাজাৰ লোকে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে অপেক্ষা কৰি থকা ৰাইজৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে ইজৰাইলৰ টেংকে। মন্ত্ৰালয়ে জনোৱা অনুসৰি, আক্ৰমণত বহু গুৰুতৰভাৱে আহত  লোকক নাছৰ চিকিৎসালয় আৰু অন্যান্য চিকিৎসা কেন্দ্ৰলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰে, য’ত চিকিৎসা কৰ্মীয়ে সীমিত সম্পদেৰে তেওঁলোকৰ চিকিৎসাৰ চেষ্টা চলাইছে।

      ইজৰাইলৰ সেনাই এই সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। কিন্তু শেহতীয়াকৈ অনুৰূপ কাণ্ডত ইজৰাইলে দাবী কৰিছিল যে তেওঁলোকৰ সৈন্যই কেৱল “সতৰ্কবাণীমূলক গুলী” বা “সন্দেহযুক্ত” লোকৰ ওপৰতহে গুলীচালনা কৰিছে।

      বিগত কেইটামান সপ্তাহত গাজাৰ সাহায্য বিতৰণ স্থানৰ ওচৰত এনে কেইবাটাও কাণ্ড সংঘটিত হৈছে, য’ত ইজৰাইলী বাহিনীয়ে হামাছে সাহায্য চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে, যিটো হামাছে নাকচ কৰিছে।

      Tags: GAZAIsraelWar

      Related Posts

      কেনে হ’ব ভাৰতৰ মূল একাদশ? ৰবি শাস্ত্ৰীয়ে স্থান দিলে এইকেইজন ক্ৰিকেটাৰক
      Top News

      কেনে হ’ব ভাৰতৰ মূল একাদশ? ৰবি শাস্ত্ৰীয়ে স্থান দিলে এইকেইজন ক্ৰিকেটাৰক

      June 18, 2025
      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ
      Top News

      ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে, যুদ্ধৰ প্ৰত্যুত্তৰ যুদ্ধৰে হ’ব : আয়াতুল্লাহ খামেনী

      June 18, 2025
      ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
      Top News

      প্ৰাইভেট হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

      June 18, 2025
      এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-
      Top News

      এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-

      June 18, 2025
      মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ১২০০ৰো অধিক আহত, নিহত হৈছে ২৪৪ জন
      Top News

      ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ পৰিকল্পনা!ইজৰাইলৰ বাবে আমেৰিকাই যুদ্ধত জঁপিয়াই পৰিব নেকি?

      June 18, 2025
      সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
      Top News

      SITৰ তদন্তত প্ৰকাশ পালে Dark Secret, জানক কি হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে…

      June 18, 2025

      শীৰ্ষ সংবাদ

      কেনে হ’ব ভাৰতৰ মূল একাদশ? ৰবি শাস্ত্ৰীয়ে স্থান দিলে এইকেইজন ক্ৰিকেটাৰক

      ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে, যুদ্ধৰ প্ৰত্যুত্তৰ যুদ্ধৰে হ’ব : আয়াতুল্লাহ খামেনী

      প্ৰাইভেট হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

      গাজাত মানৱীয় সংকটঃ খাদ্যৰ বাবে শাৰী পাতি থকাৰ ওপৰত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ, ৪৫ জন নিহত

      এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-

      ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ পৰিকল্পনা!ইজৰাইলৰ বাবে আমেৰিকাই যুদ্ধত জঁপিয়াই পৰিব নেকি?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP