প্ৰাইভেট হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধন দিব নোৱাৰিলে মৃতদেহ ৰাখি থ’ব নোৱাৰিব প্ৰাইভেট হাস্পতালসমূহে।
প্ৰাইভেট হাস্পতালসমূহে ধনৰ বাবে ৰোগীৰ অভিভাৱককো ৰাখি থ’ব নোৱাৰিব। যদি কোনোৱো এই কাম কৰে তেন্তে ভুক্তভোগী পৰিয়ালে বিশেষ নম্বৰ ডাইল কৰি দিব পাৰিব অভিযোগ দিব পাৰিব।