• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে হ’ব ভাৰতৰ মূল একাদশ? ৰবি শাস্ত্ৰীয়ে স্থান দিলে এইকেইজন ক্ৰিকেটাৰক

Nation NE by Nation NE
June 18, 2025
in Top News, ক্ৰীড়া
0 0
কেনে হ’ব ভাৰতৰ মূল একাদশ? ৰবি শাস্ত্ৰীয়ে স্থান দিলে এইকেইজন ক্ৰিকেটাৰক
Share on FacebookShare on TwitterWhatsApp

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী অবিহনে ভাৰতীয় দলে টেষ্ট ক্ৰিকেটত আৰম্ভ কৰিব এক নতুন অধ্যায়। দুয়োগৰাকী ক্ৰিকেটাৰৰ অনুপস্থিতিত প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে ২০ জুনৰ পৰা টেষ্ট শৃংখলাত অংশ ল’ব ভাৰতে। দলক নেতৃত্ব প্ৰদান কৰিব যুৱ ক্ৰিকেটাৰ শুভমন গিলে।

এই শৃংখলাটোৰ প্ৰথমখন মেচৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৱে কিধৰণে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লাগে সেই সম্পৰ্কে মত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে।

আই চি চিৰ ৱেবছাইটত প্ৰকাশিত এটা সাক্ষাতকাৰত শাস্ত্ৰীয়ে কয় যে ভাৰতে এতিয়া নতুন চিন্তা আৰু নতুন পৰিকল্পনাৰে খেলপথাৰত নামিব লাগিব, কাৰণ এয়া কেৱল শৃংখলা নহয় বৰঞ্চ নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) চক্ৰৰ আৰম্ভণিও।

ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ প্ৰথমখন মেচৰ বাবে শাস্ত্ৰীয়ে অপেনিং বেটাৰ হিচাপে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। তেওঁ কয়, ‘বিগত ইংলেণ্ড ভ্ৰমণত ৰাহুলে ভাল বেটিং কৰিছিল, শতকো অৰ্জন কৰিছিল, সেয়ে সেই অভিজ্ঞতা এইবাৰ কামত আহিব।’

তৃতীয় স্থানৰ বাবে নিৰ্বাচিত কৰিছে ছাই সুদৰ্শনক। ‘মই তেওঁক ঘৰুৱা আৰু আই পি এলত খেলা দেখিছো, এই শৃংখলাটো তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব,’ শাস্ত্ৰীয়ে এইদৰে কয়।

ইফালে চতুৰ্থ স্থানত নিৰ্বাচিত কৰিছে নতুনকৈ অধিনায়কৰ দায়িত্ব লাভ কৰা শুভমন গিলক। দীৰ্ঘ সময়ৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটা কৰুন নায়াৰক পঞ্চম স্থানত স্থান দিছে। ষষ্ঠ স্থানত উইকেটকীপাৰ বেটাৰ ঋষভ পন্ত, মুখ্য স্পিনাৰ আৰু অলৰাউণ্ডাৰ হিচাপে সপ্তম স্থানত ৰবীন্দ্ৰ জাদেজাক নিৰ্বাচিত কৰিছে।

অষ্টম স্থানৰ বাবে চাৰ্দুল ঠাকুৰ আৰু নীতিশ ৰেড্ডীৰ মাজৰ এজনক স্থান দিয়াৰ পোষকতা কৰে।

আনহাতে বেগী বলাৰৰূপে শাস্ত্ৰীয়ে যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাক দলত স্থান প্ৰদান কৰিছে। অৱশ্যে বতৰ আৰু পৰিস্থিতি সাপেক্ষে মূল একাদশত অৰ্শদীৰ সিঙকো অন্তৰ্ভুক্ত কৰিব পাৰে।

ইংলেণ্ডৰ বিৰুদ্ধে ৰবি শাস্ত্ৰীৰ সম্ভাৱ্য মূল একাদশ

১/ যশস্বী জয়ছোৱাল

২/ কে এল ৰাহুল

৩/ ছাই সুদৰ্শন

৪) শুভমন গিল (অধিনায়ক)

৫/ কৰুণ নায়াৰ

৬) ঋষভ পন্ত (উইকেটকীপাৰ)

৭) ৰবীন্দ্ৰ জাদেজা

৮) চাৰ্দুল ঠাকুৰ/নীতিশ ৰেড্ডী

৯) মহম্মদ ছিৰাজ

১০) প্ৰসিদ্ধ কৃষ্ণা/অৰ্শদীপ সিং

১১) যশপ্ৰীত বুমৰাহ

Tags: India vs EnglandRavi ShastriTest Series

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025