• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভিডিঅ’-ফটো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত…

Nation NE by Nation NE
June 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভিডিঅ’-ফটো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ত ৰেকৰ্ড কৰা ভিডিঅ’ আৰু ফটোগ্ৰাফৰ ষ্ট’ৰেজ সময়সীমা সন্দৰ্ভত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। এতিয়া এই তথ্যসমূহ কেৱল ৪৫ দিনৰ বাবেহে সুৰক্ষিত কৰি ৰখা হ’ব আৰু এই সময়ছোৱাত যদি কোনো নিৰ্বাচনী আবেদন দাখিল কৰা নহয় তেন্তে ইয়াক ধ্বংস কৰা হ’ব।

ইয়াৰ কাৰণ হিচাপে নিৰ্বাচন আয়োগে ছ’চিয়েল মিডিয়াৰ বিভ্ৰান্তিকৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে।

আয়োগৰ তথ্য অনুসৰি বিভিন্ন সময়ত বিভিন্ন লোকে ভিডিঅ’ ক্লিপ বিকৃত কৰি ছ’চিয়েল মিডিয়াত ভুৱা তথ্য বিয়পোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে।

এতিয়া নতুন গাইডলাইন পূৰ্বৰ নিৰ্দেশনাতকৈ সম্পূৰ্ণ পৃথক হ’ব। ২০২৪ চনৰ ৬ ছেপ্টেম্বৰত জাৰি কৰা পুৰণি গাইডলাইনত ভিডিঅ’বোৰ ৩ মাহৰ পৰা ১ বছৰলৈ সংৰক্ষণ কৰাৰ সময়সীমা আছিল। নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিডিঅ’ যেনে মনোনয়ন, প্ৰচাৰ, ভোটদান আৰু গণনাৰ ভিডিঅ’ বিভিন্ন সময়ৰ বাবে সংৰক্ষণৰ নিয়ম আছিল।

উল্লেখ্য যে, ২০২৪ চনৰ ডিচেম্বৰ মাহত নিৰ্বাচনী বিধি সংশোধন কৰি নিৰ্বাচনী ভিডিঅ’ জনসাধাৰণৰ বাবে উপলব্ধ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। নিৰ্বাচন আয়োগ আৰু আইন মন্ত্ৰালয়ৰ মাজত আলোচনাৰ অন্তত এই পৰিৱৰ্তন কৰা হৈছিল।

সেই সময়ত যুক্তি দিয়া হৈছিল যে চিচিটিভি ফুটেজ উপলব্ধ কৰিলে ভোটদানৰ গোপনীয়তা উলংঘা হ’ব পাৰে আৰু ইয়াক এআইৰ দৰে প্ৰযুক্তিয়ে অপব্যৱহাৰ কৰিব পাৰে।

Tags: Election Commission of IndiaNew Rule

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025