• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহানগৰীত শিহৰণকাৰী ডকাইতিকাণ্ড; মাতৃ-পুত্ৰক চোকা অস্ত্ৰ দেখুৱাই লুটিলে নগদ ধন, সোণৰ আ-অলংকাৰ

Nation NE by Nation NE
July 20, 2024
in Top News, অসম
0 0
মহানগৰীত শিহৰণকাৰী ডকাইতিকাণ্ড; মাতৃ-পুত্ৰক চোকা অস্ত্ৰ দেখুৱাই লুটিলে নগদ ধন, সোণৰ আ-অলংকাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হৈছে। মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ। নিশা শুই থকা সময়ত ডকাইতৰ দলটোৱে ঘৰত প্ৰৱেশ কৰি মাতৃ-পুত্ৰক চোকা অস্ত্ৰ দেখুওৱাই লুটপাট কৰে।

মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, নুনমাটিৰ ১ নং আনন্দ নগৰত বাস কৰা এগৰাকী বিধৱা মহিলাই নিশা ভাত-পানী খাই ১৫ বছৰীয়া পুত্ৰক লগত লৈ বিছনাত শুই যায়। পুৱতি নিশা প্ৰায় ২:৩০ বজাত ছয়জনীয়া ডকাইতৰ এটা দলে পাকঘৰৰ খিড়িকী ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

ডকাইতৰ দলটোৱে কোঠাত প্ৰৱেশ কৰি প্ৰথমে মাতৃ-পুত্ৰৰ মুখত সোপা দি ডিঙিত অস্ত্ৰ লগাই চিঞৰ-বাখৰ নলগাবলৈ ভাবুকি দিয়ে। ইয়াৰ পিছত ডকাইতৰ দলটোৱে আলমিৰাৰ পৰা নগদ ধন আৰু প্ৰায় ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে।

ডকাইতৰ দলটোৱে মুখত কলা কাপোৰ বান্ধি লুটপাট কৰিবলৈ আহে বুলি মহিলাগৰাকীয়ে আৰক্ষীৰ সন্মুখত জনায়।

বৰ্তমান নুনমাটি থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে, আৰক্ষীয়ে ডকাইতৰ দলে এৰি যোৱা এযোৰ চেণ্ডেল, এপাত লোৰ চাবোল আৰু এটা ভঙা তলা জব্দ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহিলগাৰাকীয়ে ঘৰৰ ওচৰৰ এক কঠা পাঁচ লেচা ভূমি ৮০ লাখ টকাত বিক্ৰী কৰিছিল। উক্ত ৮০ লাখ টকা লুট কৰিবলৈ ছয়জনীয়া ডকাইতৰ দলে মুখত কলা কাপোৰ বান্ধি ডকাইতি কৰিবলৈ অহা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে।

Tags: DacoityGuwahatiGuwahati PoliceLootNoonmati

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025