• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 22, 2025
29 °c
Guwahati
28 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…

    মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    শিক্ষাদানৰ পৰিৱৰ্তে ফোনত ব্যস্ত শিক্ষয়িত্ৰী…

    শিক্ষাদানৰ পৰিৱৰ্তে ফোনত ব্যস্ত শিক্ষয়িত্ৰী…

    পুনৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ…

    পুনৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

    ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ মন্তব্য…

    আজি ৰাভা দিৱস, জানক এইগৰাকী শিল্পীৰ জীৱনৰ কিছু কথা…

    আজি ৰাভা দিৱস, জানক এইগৰাকী শিল্পীৰ জীৱনৰ কিছু কথা…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইৰানৰ ওপৰত আমেৰিকাৰ বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ প্ৰথম প্ৰতিক্ৰিয়া, জানক কি ক’লে?

      Nation NE by Nation NE
      June 22, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ইৰানৰ ওপৰত আমেৰিকাৰ বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ প্ৰথম প্ৰতিক্ৰিয়া, জানক কি ক’লে?
      Share on FacebookShare on TwitterWhatsApp

      ইৰাণৰ তিনিটা প্ৰধান পাৰমাণৱিক স্থানত আমেৰিকাৰ সামৰিক আক্ৰমণক তীব্ৰ গৰিহণা দি পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। বৈদেশিক মন্ত্ৰালয়ে কয় যে, ইৰাণৰ সাৰ্বভৌমত্বৰ ওপৰত এই আক্ৰমণ আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে এক গুৰুতৰ ভাবুকি।

      শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ পাৰমাণৱিক স্থানত কৰা আক্ৰমণক লৈ পাকিস্তানে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, এই আক্ৰমণসমূহ ইতিমধ্যে চলি থকা ইজৰাইলৰ কাৰ্যকলাপৰ অংশ আৰু ইয়াৰ ফলত অঞ্চলটোত উত্তেজনা আৰু হিংসাত্মক পৰিস্থিতি আৰু অধিক বৃদ্ধি পাব পাৰে। পাকিস্তানৰ মতে এই পৰিস্থিতি কেৱল মধ্যপ্ৰাচ্যৰ শান্তি আৰু স্থিতিশীলতাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও বিপদজনক।

      পাকিস্তানে স্পষ্টকৈ কৈছিল যে এই আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় আইনৰ সকলো নিয়ম আৰু ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰিছে। ইৰাণৰ নিজৰ ৰক্ষাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু ইয়াৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে ন্যায্য হ’ব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় নিয়মৰ বিৰুদ্ধে এয়া এক বিপজ্জনক পদক্ষেপ।

      বিবৃতিটোত পাকিস্তানে সকলো দেশকে সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিক সন্মান জনোৱাৰ লগতে যুদ্ধসদৃশ কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে। লগতে সকলো পক্ষকে আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ মানৱ অধিকাৰ আইন মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। পাকিস্তানে জোৰ দি কয় যে, বৰ্তমানৰ সংকটৰ সমাধান কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে সম্ভৱ আৰু ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিসমূহ পালন কৰাটো প্ৰয়োজনীয়।

      Tags: IranIsraelWar

      Related Posts

      ৫১ বাৰ পুশ্বআপ কৰি নিজৰ ফিটনেচ প্ৰদৰ্শন এজন ৭০ৰোৰ্ধ ব্যক্তিৰ
      Top News

      ৫১ বাৰ পুশ্বআপ কৰি নিজৰ ফিটনেচ প্ৰদৰ্শন এজন ৭০ৰোৰ্ধ ব্যক্তিৰ

      June 22, 2025
      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো ঘটনা…
      Top News

      পেহেলগাম ঘটনা সন্দৰ্ভত NIAৰ বৃহৎ সফলতা…

      June 22, 2025
      মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…
      Top News

      মহাঅম্বুবাচীত কি কি নিয়ম মানি চলিব, জানক সবিশেষ…

      June 22, 2025
      ইৰাণক লক্ষ্য কৰা আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা পাকিস্তানৰ
      Top News

      ইৰাণক লক্ষ্য কৰা আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা পাকিস্তানৰ

      June 22, 2025
      শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে
      Top News

      জ’ ৰুটে ৰচিলে ইতিহাস; ভংগ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰৰ অভিলেখ

      June 22, 2025
      হিংসাৰে আৰম্ভ হৈ হিংসাতেই সমাপ্ত নেকি শ্বেখ হাছিনাৰ ৰাজনৈতিক কাহিনী?
      Top News

      শ্বেখ হাছিনাৰ উৎখাতৰ দিনটো ৰাষ্ট্ৰীয় বন্ধ ঘোষণা ইউনুছ চৰকাৰৰ

      June 22, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP