• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘বোমা বৰ্ষণ নকৰিব, পাইলটসকলক ঘূৰাই আনক’, ইজৰাইলক সকীয়নি ট্ৰাম্পৰ

      Nation NE by Nation NE
      June 24, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
      Share on FacebookShare on TwitterWhatsApp

      ইৰাণ আৰু ইজৰাইলে যুদ্ধবিৰতি উলংঘন কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশকে যুদ্ধবিৰতি উলংঘন নকৰিবলৈ আহ্বান জনায়।

      এই আহ্বানৰ মাজতে আমেৰিকাই ইজৰাইলক সকীয়নি প্ৰদান কৰি ট্ৰাম্পে কয়, ‘ইৰাণত বোমা বৰ্ষণ নকৰিব। এনেকুৱা কৰিলে যুদ্ধবিৰতি উলংঘন কৰা হ’ব। শীঘ্ৰে নিজৰ পাইলটসকলক ঘূৰাই আনক।’

      ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথৰ জৰিয়তে ইজৰাইলক এই সকীয়নি প্ৰদান কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

      ট্ৰাম্পে লগতে কয়, ‘ইৰাণৰ পাৰমাণৱিক শক্তি শেষ হৈছে। তেহৰাণে আৰু কেতিয়াও নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ নিৰ্মাণ নকৰে।’

      নাটো শিখৰ সন্মিলনত অংশ ল’বলৈ যোৱাৰ পূৰ্বে ট্ৰাম্পে ইজৰাইল আৰু ইৰাণ দুয়ো পক্ষক লৈ সুখী নহয় বুলি মন্তব্য কৰে।

      উল্লেখ্য যে, ইয়াৰ পূৰ্বে ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হোৱা বুলি উল্লেখ কৰিছিল। তেওঁ লগতে দুয়োখন দেশকে যুদ্ধবিৰতি উলংঘন নকৰিবলৈ আহ্বান জনাইছিল।

      ট্ৰাম্পে কয়, ‘ইজৰাইল আৰু ইৰাণে মোৰ ওচৰলৈ প্ৰায় একে সময়তে আহি শান্তিৰ বিষয়ে কয়… মই জানিছিলোঁ যে সময় আহি পৰিছে। বিশ্ব আৰু মধ্যপ্ৰাচ্যই প্ৰকৃত বিজয়ী। দুয়োখন ৰাষ্ট্ৰই নিজৰ ভৱিষ্যতত প্ৰেম, শান্তি আৰু সমৃদ্ধি দেখিব।’

      Tags: Donald trumpIranIsrael

      Related Posts

      অৱতৰণৰ সময়তে এয়াৰ ইণ্ডিয়াৰ বিমানত জুই; দিল্লী বিমান বন্দৰত চাঞ্চল্য
      Top News

      July 22, 2025
      প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist