• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱা ১৫০ গৰাকীৰো অধিক লোকক গ্ৰেপ্তাৰ

Nation NE by Nation NE
June 24, 2025
in Top News, অসম
0 0
ৰখাই থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মিনি বাছৰ; কিশোৰীসহ ৫জনৰ মৃত্যু, ১১ জন আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ঈদৰ সময়ত ধুবুৰীৰ এটা মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতেই তৎপৰতা গ্ৰহণ কৰা অসম আৰক্ষীয়ে এই পৰ্যন্ত ১৫০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ডকো চিনাক্ত কৰা হৈছে বুলি মঙলবাৰে জানিব দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ঈদৰ পিছৰে পৰা জিলাখনত সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাৰ পিছতে ১০ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ধুবুৰী ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

আজি ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই স্পৰ্শকাতৰ জিলাখনত নিৰাপত্তা যন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভাৰতীয় সেনাৰ স্থায়ী ঘাটি স্থাপনৰ বিকল্পও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি আছে।

শৰ্মাই কয় যে ১৩ জুনৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা ১১ জনকে ধৰি ১৫০ জনতকৈ অধিক ‘অসামাজিক কাৰ্য’ত জড়িত থকা লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস নিক্ষেপ কৰাত জড়িত মাষ্টাৰ মাইণ্ডকো চিনাক্ত কৰা হৈছে বুলিও শৰ্মাই কয়। তেওঁ কয়, ‘মাষ্টাৰ মাইণ্ডজনক মিণ্টু আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁ পলাতক হৈ আছে আৰু তেওঁ শীঘ্ৰে আত্মসমৰ্পণ কৰিব লাগে।’

উল্লেখ্য যে, জিলাখনত যাতে আৰু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী-প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

Tags: #AssamDhubri policeDhuburiHimanta Biswa Sarma

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025