• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 20, 2025
28 °c
Guwahati
30 ° Mon
30 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      RCBৰ হৈ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী মহিলাৰ

      Nation NE by Nation NE
      June 28, 2025
      in Top News, ক্ৰীড়া
      0 0
      RCBৰ হৈ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী মহিলাৰ
      Share on FacebookShare on TwitterWhatsApp

      ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (আৰ চি বি)ৰ হৈ খেলা বাওঁহতীয়া বেগী বলাৰ যশ দয়ালৰ নাম বিতৰ্কত সোমাই পৰিছে। ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলাই মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

      মহিলা গৰাকীয়ে ক্ৰিকেটাৰ যশ দয়ালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত আই জি আৰ এছ পৰ্টেলত অভিযোগ কৰিছে ভুক্তভোগীয়ে। মহিলাগৰাকীয়ে গাজিয়াবাদত আই জি আৰ এছত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়েও তদন্ত আৰম্ভ কৰে।

      উল্লেখ্য যে যশ দয়ালক মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকী গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ বাসিন্দা।

      মহিলাগৰাকীৰ এই অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যালয়েও লাভ কৰিছে। এই সমগ্ৰ বিষয়ত উচ্চ কৰ্তৃপক্ষৰ পৰা তদন্তৰ দাবী জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে।

      অভিযোগ অনুসৰি যোৱা ৫ বছৰ ধৰি যশ দয়ালৰ সৈতে সম্পৰ্কত আছিল ভুক্তভোগী মহিলাগৰাকী। অভিযোগত উল্লেখ কৰা হৈছে যে যশ দয়ালে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছিল। ক্ৰিকেটাৰগৰাকীৰ আন বহু ছোৱালীৰ সৈতেও সম্পৰ্ক আছিল বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

      Tags: Deep TroubleRCBStar BowlerYash Dayal

      Related Posts

      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ভাৰতৰ বিমান আক্ৰমণক লৈ পুনৰ চিন্তিত পাকিস্তান! ২৩ জুলাইলৈকে বন্ধ পাকিস্তানৰ আকাশমাৰ্গ…

      July 20, 2025
      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বাংলাদেশৰ অৰ্থনীতিৰ অধপতন! এবছৰতে শ্বেখ হাছিনাৰ কঠোৰ পৰিশ্ৰম নষ্ট ইউনুছৰ

      July 20, 2025
      চিন্তিত ভাৰত-বাংলাদেশ!  ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ

      এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ

      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

      ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দলত যোগ দিব এইগৰাকী বেগী বলাৰে

      শীৰ্ষ সংবাদ

      ভাৰতৰ বিমান আক্ৰমণক লৈ পুনৰ চিন্তিত পাকিস্তান! ২৩ জুলাইলৈকে বন্ধ পাকিস্তানৰ আকাশমাৰ্গ…

      বাংলাদেশৰ অৰ্থনীতিৰ অধপতন! এবছৰতে শ্বেখ হাছিনাৰ কঠোৰ পৰিশ্ৰম নষ্ট ইউনুছৰ

      চিন্তিত ভাৰত-বাংলাদেশ! ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ

      এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ

      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

      ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দলত যোগ দিব এইগৰাকী বেগী বলাৰে

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist