• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 3, 2025
29 °c
Guwahati
27 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

      Nation NE by Nation NE
      July 2, 2025
      in Top News, অসম
      0 0
      নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি
      Share on FacebookShare on TwitterWhatsApp

      নিশা বাক্সাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। নাৰীসৰবৰাহক কেন্দ্ৰ কৰি গাঁৱখনত এই পৰিস্থিতিৰ সৃষ্টি হয়।

      বাক্সা জিলাৰ আনন্দপুৰত সংঘটিত হৈছে এই ঘটনা। ৰাজস্থানলৈ নাৰীসৰবৰাহ কৰাক কেন্দ্ৰ কৰি গাঁৱখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

      ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নাৰীসৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাক আটক কৰে। উল্লেখ্য যে, প্ৰায় ১৭ বছৰ পূৰ্বে গাঁৱখনৰ এগৰাকী মহিলাৰ বিবাহ হৈছিল ৰাজস্থানৰ ৰাজেশ স্বামী নামৰ এজন ব্যক্তিৰ লগত। তেতিয়াৰে পৰা মহিলাগৰাকী আৰু ৰাজেশ আনন্দপুৰ গাঁৱলৈ আহি আৰম্ভ কৰিছিল নাৰী সৰবৰাহৰ কাম। এমাহ-দুমাহলৈ গাঁওখনত বাহৰ পাতি গাঁৱৰে সনাতন ৰাজবংশী নামৰ এগৰাকী যুৱকৰ সৈতে মিলি ৰাজস্থানলৈ সৰবৰাহ কৰি আহিছে মহিলা কিম্বা যুৱতী।

      শেহতীয়াভাৱে ৰাজেশ আৰু তেওঁৰ পত্নীয়ে প্ৰায় এমাহ ধৰি সনাতন ৰাজবংশীৰ ঘৰত বাহৰ পাতি আছে। কিন্তু মংগলবাৰে নিশা তেওঁলোকৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাৰ পিচতে পোহৰলৈ আহে নাৰী সৰবৰাহৰ এই ঘটনা।

      কিয়নো বিগত সাত বছৰ পূৰ্বে গাঁৱখনৰে এগৰাকী যুৱতীক লৈ গৈছিল ৰাজস্থানৰ জুন জুনু জিলালৈ আৰু তাতে ধনৰ বিনিময়ত অনিল চেইন নামৰ ব্যক্তিজনক গতাই দিছিল এই যুৱতীগৰাকীক।

      এই ঘটনাৰ বাবে নিশা সমগ্ৰ গাঁৱখনতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ৰাইজে নাৰীসৰবৰাহৰ লগত জড়িত ৰাজেশ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে। পিচত আৰক্ষীয়ে দুয়োকে নিশাই বৰবৰী থানালৈ নি তদন্ত আৰম্ভ কৰে।

      Tags: #AssamBaksaWomen trafficking

      Related Posts

      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ
      Top News

      July 3, 2025
      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!
      Top News

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

      July 3, 2025
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Top News

      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

      July 3, 2025
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Top News

      হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

      July 3, 2025
      ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

      প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান….
      Top News

      প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান….

      July 3, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist