• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

Nation NE by Nation NE
July 2, 2025
in Top News, অসম
0 0
নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি
Share on FacebookShare on TwitterWhatsApp

নিশা বাক্সাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। নাৰীসৰবৰাহক কেন্দ্ৰ কৰি গাঁৱখনত এই পৰিস্থিতিৰ সৃষ্টি হয়।

বাক্সা জিলাৰ আনন্দপুৰত সংঘটিত হৈছে এই ঘটনা। ৰাজস্থানলৈ নাৰীসৰবৰাহ কৰাক কেন্দ্ৰ কৰি গাঁৱখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নাৰীসৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাক আটক কৰে। উল্লেখ্য যে, প্ৰায় ১৭ বছৰ পূৰ্বে গাঁৱখনৰ এগৰাকী মহিলাৰ বিবাহ হৈছিল ৰাজস্থানৰ ৰাজেশ স্বামী নামৰ এজন ব্যক্তিৰ লগত। তেতিয়াৰে পৰা মহিলাগৰাকী আৰু ৰাজেশ আনন্দপুৰ গাঁৱলৈ আহি আৰম্ভ কৰিছিল নাৰী সৰবৰাহৰ কাম। এমাহ-দুমাহলৈ গাঁওখনত বাহৰ পাতি গাঁৱৰে সনাতন ৰাজবংশী নামৰ এগৰাকী যুৱকৰ সৈতে মিলি ৰাজস্থানলৈ সৰবৰাহ কৰি আহিছে মহিলা কিম্বা যুৱতী।

শেহতীয়াভাৱে ৰাজেশ আৰু তেওঁৰ পত্নীয়ে প্ৰায় এমাহ ধৰি সনাতন ৰাজবংশীৰ ঘৰত বাহৰ পাতি আছে। কিন্তু মংগলবাৰে নিশা তেওঁলোকৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাৰ পিচতে পোহৰলৈ আহে নাৰী সৰবৰাহৰ এই ঘটনা।

কিয়নো বিগত সাত বছৰ পূৰ্বে গাঁৱখনৰে এগৰাকী যুৱতীক লৈ গৈছিল ৰাজস্থানৰ জুন জুনু জিলালৈ আৰু তাতে ধনৰ বিনিময়ত অনিল চেইন নামৰ ব্যক্তিজনক গতাই দিছিল এই যুৱতীগৰাকীক।

এই ঘটনাৰ বাবে নিশা সমগ্ৰ গাঁৱখনতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ৰাইজে নাৰীসৰবৰাহৰ লগত জড়িত ৰাজেশ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে। পিচত আৰক্ষীয়ে দুয়োকে নিশাই বৰবৰী থানালৈ নি তদন্ত আৰম্ভ কৰে।

Tags: #AssamBaksaWomen trafficking

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025