• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘৭ দিনৰ জিৰণিৰ পিছতো মূল একাদশত নাই বুমৰাহ…’, মেনেজমেণ্টৰ বিৰুদ্ধে ক্ষোভ ৰবি শাস্ত্ৰীৰ

Nation NE by Nation NE
July 2, 2025
in Top News, ক্ৰীড়া
0 0
‘৭ দিনৰ জিৰণিৰ পিছতো মূল একাদশত নাই বুমৰাহ…’, মেনেজমেণ্টৰ বিৰুদ্ধে ক্ষোভ ৰবি শাস্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত যশপ্ৰীত বুমৰাহক মূল একাদশত স্থান নিদিয়াক লৈ ক্ষুন্ন হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰী। প্ৰথম মেচখনৰ পৰা দ্বিতীয় মেচখনৰ মাজত দলে পুৰা এসপ্তাহ সময় লাভ কৰাৰ পিছতো বুমৰাহক বিশ্ৰাম দিয়া কাৰ্যক সহজভাৱে মানি ল’ব পৰা নাই প্ৰাক্তন প্ৰশিক্ষকগৰাকী।

আজিৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে মূল একাদশত কেইবাটও সালসলনি ঘটাইছে। এই সালসলনিৰ ভিতৰত আটাইতকৈ ডাঙৰ সিদ্ধান্তটো আছিল যশপ্ৰীত বুমৰাহক বিশ্ৰাম।

উল্লেখ্য যে, শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই টিম মেনেজমেণ্টে এটা কথা স্পষ্ট কৰিছিল যে এই শৃংখলাটোত বুমৰাহক কেৱল তিনিখন মেচতহে খেলোৱা হ’ব। ইফালে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰশিক্ষক গৌতম গম্ভীৰেও স্পষ্ট কৰি দিছিল যে মেনেজমেণ্টে লোৱা সিদ্ধান্ত সলনি কৰা নহয়।

কিন্তু মেনেজমেণ্টৰ এই সিদ্ধান্তক লৈ মুঠেও সন্তুষ্ট নহয় ৰবি শাস্ত্ৰী। তেওঁ কয় যে বিশ্বাস কৰিবলৈ টান যে বিশ্বৰ শ্ৰেষ্ঠ বেগী বলাৰগৰাকীক ইমান গুৰুত্বপূৰ্ণ টেষ্ট মেচৰ পৰা আঁতৰাই ৰখা হৈছে।

তেওঁ কয়, ‘ভাৰতৰ শেহতীয়া প্ৰদৰ্শন চালে এই টেষ্টখন অতি গুৰুত্বপূৰ্ণ। নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন পৰাজয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন পৰাজয় আৰু এতিয়া আমি ইংলেণ্ডৰ বিৰুদ্ধেও প্ৰথমখন টেষ্টত পৰাস্ত হৈছো। এনে পৰিস্থিতিত যেতিয়া আপুনি কামবেক কৰিবলগীয়া হয়, তেতিয়া আপুনি আপোনাৰ দলৰ শ্ৰেষ্ঠ বেষ্ট বলাৰক, যিজন বিশ্বৰ শ্ৰেষ্ঠ বলাৰ, সাত দিন জিৰণি লোৱাৰ পিছতো দলত নাৰাখে। বিশ্বাস কৰাটো কঠিন।’

উল্লেখ্য আজিৰ পৰা এজবাষ্টনত আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে বুমৰাহৰ ঠাইত আকাশদ্বীপক স্থান দিছে। আনহাতে ছাই সুদৰ্শন আৰু চাৰ্দুল ঠাকুৰৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰক মূল একাদশত খেলোৱা হৈছে।

ছাই সুদৰ্শনক দলৰ পৰা বাহিৰ কৰা কাৰ্যকো সমালোচনা কৰে ৰবি শাস্ত্ৰীয়ে।

Tags: Gautam GambhirIndia vs EnglandJasprit BumrahRavi ShastriShubman GillTest Series

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025