• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

Nation NE by Nation NE
July 8, 2025
in Top News, অসম
0 0
চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ চিকাগোত ৪৬ সংখ্যক অসম কনভেনচনত অভিনেত্ৰী আইমী বৰুৱা। গ্ৰেণ্ড বলৰুমৰ মঞ্চত ‘ভূপেন হাজৰিকাৰ লিগেচী’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। আমেৰিকাত সংযুক্তা ক্ৰিয়েচনৰ বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ৰ ৰেম্পতো খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই শেহতীয়াকৈ ৩ জুলাইৰ পৰা ৫ জুলাইলৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম কনভেনচন ২০২৫ত অংশগ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুলাইত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে গ্ৰেণ্ড বলৰুমৰ মঞ্চত ‘ভূপেন হাজৰিকাৰ লিগেচী’ শীৰ্ষক বিষয়ত চমু বক্তব্য আগবঢ়ায়। এই ভাষণত তেওঁ ড০ ভূপেন হাজৰিকাৰ চিনেমা আৰু সংগীতৰ অৱদানৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু শিল্পীগৰাকীৰ দৃষ্টিভংগীয়ে কেনেকৈ বিশ্বজুৰি প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে সেই বিষয়ে আলোকপাত কৰা হয়।

ইয়াৰ উপৰি আইমী বৰুৱাই সংযুক্তা ক্ৰিয়েচনে প্ৰতিনিধিত্ব কৰা বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ৰ ৰেম্পত অংশগ্ৰহণ কৰে। জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাৰ উপস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰম্পৰা আৰু সমসাময়িক অসমীয়া পৰিচয়ৰ সংমিশ্ৰণক দাঙি ধৰে।

Tags: #AssamActressCONVENTION

Related Posts

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025

শীৰ্ষ সংবাদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025