• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
27 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      Nation NE by Nation NE
      July 8, 2025
      in Top News, অসম
      0 0
      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ
      Share on FacebookShare on TwitterWhatsApp

      মঙলবাৰে ধুবুৰী জিলাত ৰাজ্য চৰকাৰে অবৈধভাৱে দখল কৰি থকা ভূমি মুক্ত কৰাৰ বাবে বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰে। এই উচ্ছেদৰ সময়তে দখলকাৰীসকলে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি নিৰাপত্তা বাহিনীক আক্ৰমণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে।

      উল্লেখ্য যে, ৰাজ্য চৰকাৰে দুখন জিলাত হাজাৰ-হাজাৰ সন্দেহজনক লোকে দখল কৰি থকা ৫৪০ হেক্টৰৰো অধিক চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। এই অভিযানৰ ফলত প্ৰায় ২৫০০ পৰিয়াল গৃহহীন হোৱাৰ সম্ভাৱনা আছে।

      এই অভিযানৰ অংশ স্বৰূপে মঙলবাৰে প্ৰশাসনে ধুবুৰীৰ তিনিখন ৰাজহ গাঁৱৰ ৩ হাজাৰ বিঘা মাটি মুকলি কৰিবলৈ তাৰ পৰা ১২০০-১৪০০ পৰিয়ালক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছিল।

      আনহাতে বৃহস্পতিবাৰ বা তাৰ পিছত গোৱালপাৰাত প্ৰায় ১১০০ পৰিয়ালক স্থানচ্যুত কৰাৰ বাবে অনুৰূপ অভিযান আৰম্ভ কৰা হ’ব। প্ৰায় ১০৪০ বিঘা বনভূমি মুক্ত কৰাৰ বাবে এই অভিযান চলাব প্ৰশাসনে।

      ইফালে আৰক্ষীৰ এটা সূত্ৰই জানিব দিয়া অনুসৰি আজি চলোৱা উচ্ছেদ অভিযানৰ সময়ত একাংশ লোকে আৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। এই সময়ত বহু সা-সৰঞ্জাম ক্ষতিগ্ৰস্ত হয়।

      Tags: DhubriDhubri policeevictionSecurity Forces

      Related Posts

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?
      Top News

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      July 8, 2025
      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      July 8, 2025
      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!
      Top News

      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      July 8, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist