• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

Nation NE by Nation NE
July 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বুধবাৰ অৰ্থাত ৯ জুলাইত ১০ টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে যৌথভাৱে ভাৰত বন্ধৰ আহ্বান জনাইছে। বেংকিং, কয়লা, খনন, ডাক, বীমা, পৰিবহণ আদি গুৰুত্বপূৰ্ণ খণ্ডৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত যোগদান কৰাৰ সম্ভাৱনা আছে।

চৰকাৰে কৰ্পৰেটক সমৰ্থন আৰু শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰিছে ট্ৰেড ইউনিয়নে।

ভাৰত বন্ধৰ সময়ত বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয় খোলা থাকিব। কিন্তু পৰিবহণ সংস্থাই যদি ধৰ্মঘটত অংশ লয় তেনেহ’লে যাতায়তত কিছু ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে।

ভাৰত বন্ধক সমৰ্থন জনোৱা ট্ৰেড ইউনিয়নসমূহ

ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন

কংগ্ৰেছ অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ

হিন্দ মজদুৰ সভা

চেণ্টাৰ কা ইণ্ডিয়ান ট্ৰেড ইউনিয়ন

অল ইণ্ডিয়া ইউনাইটেড ট্ৰেড ইউনিয়ন

চেণ্টাৰ ট্ৰেড ইউনিয়ন কোৰ্ডিনেশ্যন চেণ্টাৰ

চেল্ফ এম্প্লয়েড ওমেন সংগঠন অল ইণ্ডিয়া

চেণ্ট্ৰেল কাউন্সিল অৱ ট্ৰেড ইউনিয়ন

লেবাৰ প্ৰগ্ৰেছিভ ফেডাৰেচন

ইউনাইটেড ট্ৰেড ইউনিয়ন কংগ্ৰেছ

ভাৰত বন্ধৰ সময়ছোৱাত কি কি বন্ধ থাকিব

কাইলৈ আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত চৰকাৰী খণ্ডৰ বেংক আৰু বীমা কোম্পানীসমূহৰ কৰ্মচাৰীসকলে ধৰ্মঘট কৰিব। কিন্তু ধৰ্মঘটৰ আয়োজকসকলে কয় যে ৰাজহুৱা খণ্ড আৰু সমবায় বেংকৰ কৰ্মচাৰীসকলেও এই ধৰ্মঘটত যোগদান কৰিব।

এই ধৰ্মঘটৰ ফলত ডাকঘৰ আৰু কোৰিয়াৰ চাৰ্ভিছ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। ক’ল ইণ্ডিয়া আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ কাম-কাজ স্থবিৰ হৈ থাকিব। বহু ৰাজ্যত বাছ আৰু টেক্সি সেৱা ক্ষতিগ্ৰস্ত হ’ব পাৰে যদিও ব্যক্তিগত বাহন চলি থাকিব।

ৰে’লৱে ইউনিয়নে আনুষ্ঠানিক ধৰ্মঘটৰ ঘোষণা কৰা নাই যদিও কিছু অঞ্চলত প্ৰতিবাদৰ বাবে স্থানীয় ৰে’ল যাতায়ত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

ধৰ্মঘটৰ আহ্বান জনোৱা কাৰণ?

ট্ৰেড ইউনিয়নসমূহে কয় যে তেওঁলোকৰ দাবীসমূহক অহৰহ আওকাণ কৰা হৈছে। যোৱা বছৰ শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডৱিয়াক ১৭ দফীয়া দাবীৰে এখন চনদ দাখিল কৰিছিল যদিও সেই সন্দৰ্ভত কোনো গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

ট্ৰেড ইউনিয়নে কয় যে চৰকাৰে দেশৰ কল্যাণকামী ৰাষ্ট্ৰৰ মৰ্যাদা পৰিত্যাগ কৰিছে। ই বিদেশী আৰু ভাৰতীয় কোম্পানীৰ স্বাৰ্থত কাম কৰি আছে। তেওঁলোকৰ নীতিৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যিবোৰ জোৰদাৰভাৱে পালন কৰা হৈছে। শ্ৰম সংহিতা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে।

ৰাজহুৱা খণ্ডৰ বাগিচাসমূহৰ ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে। নূন্যতম মজুৰি প্ৰতিমাহে ২৬ হাজাৰ টকা হ’ব লাগে। পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই আনিব লাগে। গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলত নিয়োগ নিশ্চয়তা আঁচনি সম্প্ৰসাৰণ কৰিব লাগে।

এইসমূহ দাবীৰে বুধবাৰে ১০টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে ভাৰত বন্ধৰ আহ্বান জনাইছে।

Tags: Bharat BandhIndiaStrike

Related Posts

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…
Top News

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025

শীৰ্ষ সংবাদ

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025