• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

Nation NE by Nation NE
July 10, 2025
in BIG BREAKING, Top News, অসম
0 0
গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলৰ জৰিয়তে সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ তলত উল্লেখ কৰা হ’ল-

ব্যক্তিগত হাস্পতালত বিশেষ বলপূৰ্বক অনুশীলন ৰোধৰ ব্যৱস্থা

এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালসমূহে চিকিৎসা ব্যয় পৰিশোদ কৰিবলৈ বাকী থাকিলেও ৰোগীৰ মৃত্যুৰ প্ৰামাণীকৰণৰ ২ ঘণ্টাৰ ভিতৰত যিকোনো অৱস্থাত মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিব লাগিব। এই সময়সীমা অতিক্ৰম কৰিলে হাস্পতালখনৰ বিৰুদ্ধে দণ্ডনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে আৰু ৪ ঘণ্টাৰ ভিতৰত ঘটনাটো আৰক্ষী আৰু জিলা স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰিব লাগিব।

দোষী হাস্পতালসমূহৰ অনুজ্ঞাপত্ৰ ৩-৬ মাহলৈ স্থগিত হ’ব পাৰে, ৫ লাখ টকালৈকে জৰিমনা, ব্লেকলিষ্ট কৰা হ’ব পাৰে অথবা অপৰাধৰ পুনৰাবৃত্তিৰ ক্ষেত্ৰত স্থায়ীভাৱে পঞ্জীয়ন বাতিল হ’ব পাৰে।

উদাসীন ভকতলৈ আৰ্থিক সহায়

কেবিনেটে অসমৰ সত্ৰসমূহত বাস কৰা যোগ্য উদাসীন ভকতক প্ৰতিমাহে ১৫০০ টকাৰ আৰ্থিক সহায় প্ৰদানৰ বাবে অনুমোদন জনাইছে।

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা আঁচনিৰে অনুপ্ৰেৰণা

আজিৰ কেবিনেটে প্ৰেৰণা আঁচনি কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনস্থ সকলো বিদ্যালয়ত অধ্যয়ন কৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে প্ৰতি মাহে ৩০০ টকাৰ আৰ্থিক অনুমোদন আগবঢ়াব।

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ভাট্টা বৃদ্ধি

কেবিনেটে ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ৰাজ্যিক উদগনিমূলক ভাট্টা ক্ৰমে ১৫০০ আৰু ৭৫০ টকালৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। এই বৃদ্ধিৰ ফলত অংগনৱাড়ী কৰ্মীয়ে মাহে ৮ হাজাৰ টকা আৰু সহায়িকাই ৪ হাজাৰ টকাকৈ লাভ কৰিব।

গাঁওপ্ৰধানৰ ভাট্টা বৃদ্ধি

কেবিনেটে গাঁওপ্ৰধানৰ মাহিলি ভাট্টা ৯ হাজাৰ টকাৰ পৰা বৃদ্ধি ১৪ হাজাৰ টকা কৰাৰ অনুমোদন জনাইছে। এই বৰ্ধিত হাৰ চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব।

Tags: #AssamAssam CabinetHimanta Biswa SarmaKey Decision

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025