• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২

Nation NE by Nation NE
July 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২
Share on FacebookShare on TwitterWhatsApp

টিভি কুইন নামেৰে পৰিচিত প্ৰযোজক একতা কাপুৰে ২০০০ চনত বহুতো ডাঙৰ ডাঙৰ ধাৰাবাহিক নিৰ্মাণ কৰিছিল। কিন্তু আটাইতকৈ বিখ্যাত আছিল ‘কিউংকি সাছ ভি কভি বহু থি’। ৩ জুলাইত এই শ্ব’টোৱে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে। ইয়াৰ লগতে একতা কাপুৰে এতিয়া এই শ্ব’টোৰ দ্বিতীয় ছিজনটোও মুকলি কৰিছে।

এই ছিজনতো মুখ্য চৰিত্ৰত দেখা যাব স্মৃতি ইৰাণীক। কিন্তু বৃহস্পতিবাৰে একতা কাপুৰে এই শ্ব’ৰ দ্বিতীয় ছিজন আৰম্ভ কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিছে। ইয়াৰ বাবে একতা কাপুৰে এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ কয় যে এইটোৱেই প্ৰথম শ্ব’ যিয়ে মহিলাক কণ্ঠদান কৰিছিল।

একতা কাপুৰে ‘কিউংকি সাছ ভি কভি বহু থি’-২ সম্পৰ্কে এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ কয় যে, কিয় তেওঁ ইয়াৰ দ্বিতীয় ছিজনটো নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰযোজক একতা কাপুৰে ইনষ্টাগ্ৰামৰ এটা দীঘলীয়া পোষ্টত বুজাই দিয়ে যে তেওঁ কিয় বহুতৰে প্ৰিয় এই অনুষ্ঠানটি পুনৰ দৰ্শকৰ মাজলৈ ঘূৰাই আনিবলৈ প্ৰয়াস কৰিছে। অৱশ্যে এইবাৰ ধাৰাবাহিকখনৰ সীমিত খণ্ড থাকিব বুলি প্ৰকাশ কৰে। মূল খণ্ডত ২০০০ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ১৮০০ৰো অধিক খণ্ড প্ৰচাৰিত হৈছিল। ‘কিউংকি সাছ ভি কভি বহু থি’ৰ দ্বিতীয় ছিজন ২৯ জুলাইৰ পৰা (সোমবাৰ)নিশা ১০:৩০ বজাত ষ্টাৰ প্লাছত প্ৰচাৰ কৰা হ’ব, ভগ্নী চেনেল জিঅ’হটষ্টাৰতো ইয়াৰ ষ্ট্ৰিম কৰা হ’ব।

Tags: Ekta KapoorEntertainmentsSerial

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025