• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, September 11, 2025
29 °c
Guwahati
26 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইৰাণৰ ৰাষ্ট্ৰপতি প্ৰাণ লোৱাৰ কৰাৰ পৰিকল্পনা ইজৰাইলৰ! জানক সবিশেষ

      Nation NE by Nation NE
      July 13, 2025
      in Top News
      0 0
      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!
      Share on FacebookShare on TwitterWhatsApp

      সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলৰ সৈতে সংঘাতৰ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ ভৰিত সামান্য আঘাত পাইছিল। ১৬ জুনত পশ্চিম তেহৰাণৰ এটা অট্টালিকাক লক্ষ্য কৰি ইজৰাইলৰ বিমান আক্ৰমণৰ সময়ত পেজেস্কিয়ান আহত হৈছিল।

      ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উচ্চ পৰ্যায়ৰ বৈঠক চলি থকাৰ সময়তে এই ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হৈছিল। ইৰাণী ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত ‘ফাৰ্চ নিউজ এজেন্সী’ৰ তথ্য অনুসৰি, সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ, ন্যায়পালিকাৰ মুৰব্বী মহছেনী এজেই আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।

      এই ঘটনাই ইৰাণৰ উদ্বেগ বৃদ্ধি কৰিছে। বিষয়াসকলে সন্দেহ কৰিছে যে কোনো অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ ওপৰত এনে নিখুঁত আক্ৰমণ সংঘটিত হৈছিল। এই কাৰণেই ক্ষেপণাস্ত্ৰ আক্ৰমণ সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

      প্ৰতিবেদন অনুসৰি বেইৰুটত হিজবুল্লাহ নেতা হাছান নাছৰল্লাহক হত্যা কৰাৰ পিছত ইজৰাইলৰ এই অভিযান প্ৰস্তুত কৰা হৈছিল। পলায়নৰ পথ বন্ধ কৰি বায়ু প্ৰবাহত ব্যাঘাত জন্মাবলৈ অট্টালিকাটোৰ প্ৰৱেশ আৰু প্ৰস্থান স্থানত ছটাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।

      ইৰাণ ইণ্টাৰনেশ্যনেলৰ আন এক প্ৰতিবেদন অনুসৰি পশ্চিম তেহৰাণৰ শ্বাহৰাক-ই-গাৰ্বৰ সমীপত এই আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণ ১২ দিন ধৰি চলি থকা বহল সংঘাতৰ অংশ, য’ত ইজৰাইলৰ বাহিনীয়ে ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে আই আৰ জি চিৰ অধিনায়ক হুছেইন চালামী, ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী মহম্মদ বাঘেৰী আৰু আই আৰ জি চিৰ বায়ুসেনাৰ অধিনায়ক আমিৰ আলী হাজিজাদেহকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া।

      পূৰ্বৰ বাতৰিসমূহেও ইংগিত দিছিল যে ইজৰাইলে সংঘাতৰ সময়ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যদিও কেতিয়াও সঠিক সুযোগ নাপালে।

      Tags: IranIsraelWar

      Related Posts

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…
      Top News

      September 11, 2025
      নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

      মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নেপাল কাৰাগাৰৰ পৰা পলায়ন ৪ ভাৰতীয় কয়দীৰ, পিলিভিটৰ পৰা নিজ গৃহ পালেহি ২জন

      September 11, 2025
      ফ্ৰান্সত চৰকাৰৰ বিৰুদ্ধে ডাঙৰ প্ৰতিবাদ, ৰাজপথত অগ্নিসংযোগ আৰু ভাঙি-ছিঙি শেষ সকলো…

      ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?

      শীৰ্ষ সংবাদ

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

      নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

      মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

      নেপাল কাৰাগাৰৰ পৰা পলায়ন ৪ ভাৰতীয় কয়দীৰ, পিলিভিটৰ পৰা নিজ গৃহ পালেহি ২জন

      ফ্ৰান্সত চৰকাৰৰ বিৰুদ্ধে ডাঙৰ প্ৰতিবাদ, ৰাজপথত অগ্নিসংযোগ আৰু ভাঙি-ছিঙি শেষ সকলো…

      ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist