• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

      Nation NE by Nation NE
      July 15, 2025
      in Top News, অসম
      0 0
      ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা
      Share on FacebookShare on TwitterWhatsApp

      ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনোধৰণৰ প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আগন্তুক অসম ভ্ৰমণৰ তাৎপৰ্যক একপ্ৰকাৰ উলাই কৰা দেখা যায়।

      সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘তেওঁ নিৰ্বাচনত পৰাস্ত হৈছে, মই কিয় তেওঁক লৈ সময় নষ্ট কৰিম? ধাৰাবাহিকভাৱে নিৰ্বাচনত পৰাস্ত হৈ অহা তেওঁৰ কোনো গুৰুত্ব নাই।’

      উল্লেখ্য যে, বুধবাৰে অসমত উপস্থিত হোৱাৰ কথা ৰাহুল গান্ধী। গুৱাহাটীৰ সমীপতে থকা ছয়গাঁৱত অনুষ্ঠিত হ’বলগীয়া এক বৃহত সমাৱেশত অংশ ল’ব তেওঁ।

      অহা ১৬ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত কংগ্ৰেছ কৰ্মী সভাত অংশগ্ৰহণ কৰিব সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে।

      এই ভ্ৰমণৰ প্ৰত্যাশাত সোমবাৰে এ পি চি চিয়ে এক নিৰ্দেশনা জাৰি কৰি দলৰ সকলো সদস্যকে এক বিশেষ নিৰ্দেশনাও দিয়ে। কংগ্ৰেছৰ প্ৰতিগৰাকী সদস্যকে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল ফটোত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ ফটো লগাবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

      Tags: #Assam#CongressBJPHimanta Biswa SarmaRahul Gandhi

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      September 8, 2025
      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত
      Top News

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      September 7, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      অসম

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 7, 2025

      শীৰ্ষ সংবাদ

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist