• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
July 19, 2025
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আজি দিনটো বিপদাশঙ্কা হৈ পৰিব পাৰে। কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব। কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব।

বৃষ ৰাশি : আপোনাৰ দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত। আপোনাৰ ভাল গুণৰ কঠিন পৰিস্থিতিত সঠিক ফল লাভ হʼব। কর্ম সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ লোৱা উচিত। কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব। লক্ষ্যত সফল হʼব।

মিথুন ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। আবেলি সৰু যাত্রা হʼব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ বাবে সহায় হʼব।

কৰ্কট ৰাশি : কাষৰীয়া লোকসকলে আপোনাক সহায় কৰিব। টকা-পইচা নিশ্চিত হʼব পাৰে। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমিক-প্ৰেমিকাৰ লগত কটাব ।

সিংহ ৰাশি : আজি আপুনি অনাকাংক্ষিত পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব। কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। ভাল সফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন। আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব। প্ৰশংসা লাভ হʼব। টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে।

কন্যা ৰাশি : আপুনি আজি আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব। পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে। আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে। শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব।

তুলা ৰাশি : আপোনাৰ আজি শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হʼব। উচ্চ জ্ঞানসম্পন্ন ব্যক্তিৰ লগত সংযোগ হʼব পাৰে। প্ৰেম সম্পর্কত মনোযোগ দিব।

বৃশ্চিক ৰাশি : কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ঘৰত আপুনি কোনো সম্পৰ্ক বেয়া কৰিব পাৰে, তথাপিও আপুনি শীঘ্ৰেই সেইয়া সমাধান কৰিব আৰু ভাতৃ-ভগ্নীৰ লগত মিলি সময় কটাব।

ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

মকৰ ৰাশি : আজি আপুনি আমন্ত্রিত পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব। আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব। আপোনাৰ সক্ৰিয় অনুভৱ হʼব। এই সক্ৰিয়তাৰ সতৰ্কতা অৱলম্বন কৰা উচিত।

কুম্ভ ৰাশি : আজি আপোনাৰ প্ৰায় ভাল হʼব। কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব। আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব। আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। আপুনি আপোনাৰ নিজৰ প্ৰেম সম্পর্কত মনোযোগ দিব।

মীন ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে। আপুনি নিজৰ মনৰ কথা শুনিব। প্ৰেম সম্পর্কত মনোযোগ দিব। চৰকাৰী প্ৰকল্পত সফল হʼব। নতুন ব্যৱসায় কৰিব, সফল হʼব। নতুন ব্যৱসায় বিচাৰ হʼব পাৰে, দীৰ্ঘসময় লাভ দিব।

Tags: #AssamDaily HororscopeHoroscopeSaturday

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025