• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বিমান আক্ৰমণক লৈ পুনৰ চিন্তিত পাকিস্তান! ২৩ জুলাইলৈকে বন্ধ পাকিস্তানৰ আকাশমাৰ্গ…

Nation NE by Nation NE
July 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত লস্কৰ-ই-তৈবাৰ ফ্ৰণ্ট সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্টৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত পাকিস্তানত আলোড়নৰ সৃষ্টি হৈছে। ভাৰতৰ সম্ভাৱ্য বিমান আক্ৰমণক লৈ যেন পাকিস্তান সতৰ্ক। এই কাৰণেই ইয়াৰ আকাশমাৰ্গত এসপ্তাহ ধৰি NOTAM জাৰি কৰিছে।

পাকিস্তানৰ সামৰিক বিষয়াসকলৰ মতে,  ১৬ জুলাইৰ পৰা ২৩ জুলাইলৈ কেন্দ্ৰীয় খণ্ডৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ থাকিব। একে সময়তে দক্ষিণ পাকিস্তানৰ আকাশী সীমান্তও ২২ আৰু ২৩ জুলাইত বন্ধ কৰি দিয়া হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে ইয়াক সামৰিক অনুশীলন বা মিছাইল পৰীক্ষা বুলি অভিহিত কৰা হৈছে।

সূত্ৰ অনুসৰি শেহতীয়াকৈ পাকিস্তানত চীনৰ মালবাহী বিমানৰ গতিবিধি দেখা গৈছে। ইয়াৰ ফলত চীনে পাকিস্তানক নতুন সামৰিক প্ৰযুক্তি, অস্ত্ৰ-শস্ত্ৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা যোগান ধৰাৰ সন্দেহ আৰু অধিক শক্তিশালী হৈছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত ভাৰত-পাকিস্তানৰ সম্পৰ্কত অধিক উত্তেজনা সৃষ্টি হৈছে। পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন টি আৰ এফ জড়িত থকাৰ বাবে ভাৰতে কঠোৰ স্থিতি ল’বলৈ বাধ্য হয়। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানক লক্ষ্য কৰি লয়। এই ঘটনাৰ পিছত পাকিস্তানে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰি সামৰিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিলে। দুয়োখন দেশৰ মাজত যোগাযোগ প্রায় স্তব্ধ হৈ পৰাৰ লগতে সীমান্তত নিৰাপত্তাৰক্ষীৰ নিয়োগ বৃদ্ধি পোৱাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত লস্কৰ-ই-তৈবাৰ এটা ফ্ৰণ্ট সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰন্ট’ত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। এই সংগঠনটো জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰি অহা লস্কৰৰ এটা লুকাই থকা শাখা।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে টি আৰ এফক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰি ইয়াৰ সম্পত্তি জব্দ কৰাৰ লগতে আমেৰিকাৰ নাগৰিকৰ সৈতে যিকোনো ধৰণৰ লেনদেন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। এনে সময়তে এই পদক্ষেপ লোৱা হৈছে যেতিয়া ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত টি আৰ এফৰ ভূমিকা সম্পৰ্কে ধাৰাবাহিকভাৱে প্ৰমাণ আগবঢ়াই আহিছে। ইয়াৰ ফলত পাকিস্তানৰ ওপৰত কূটনৈতিক হেঁচা আৰু অধিক বৃদ্ধি পাব।

Tags: AIR STRIKEIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025