• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এই অভ্যাসৰ বাবে শৰীৰত দ্ৰুতগতিত বৃদ্ধি পায় কলেষ্টেৰ’ল, কেনেকৈ সকাহ পাব ইয়াৰ পৰা?

Nation NE by Nation NE
July 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান উচ্চ কলেষ্টেৰ’লৰ সমস্যা দ্ৰুতগতিত বাঢ়িছে। এই অৱস্থাত শৰীৰত কলেষ্টেৰ’লৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হৈ পৰে। দীৰ্ঘদিন ধৰি যত্ন লোৱা নহ’লে হাৰ্ট এটেক, ষ্ট্ৰোক, ৰক্তচাপ আদি গুৰুতৰ ৰোগ হ’ব পাৰে। শৰীৰৰ বাবে কলেষ্টেৰ’ল প্ৰয়োজনীয় যদিও অতিৰিক্তভাৱে বৃদ্ধি পালে বিপদজনক হৈ পৰে।

কলেষ্টেৰ’ল বৃদ্ধি কৰা অভ্যাস-

  • অধিক জাংক ফুড খোৱা

বজাৰত উপলব্ধ ফাষ্ট ফুড আৰু ডিপ ফ্ৰাইড সামগ্ৰীত ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট প্ৰচুৰ পৰিমাণে থাকে। বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাই আৰু পেক কৰা জলপান বাৰে বাৰে খালে শৰীৰত কলেষ্টেৰ’ল (LDL)ৰ মাত্ৰা বৃদ্ধি পায়।

  • অত্যধিক মিঠা আৰু পৰিশোধিত কাৰ্ব

মিঠা বস্তু, ঠাণ্ডা পানীয়, কেক আৰু বগা ৰুটিত উচ্চ চেনি থাকে, যাৰ ফলত তেজৰ চেনি বৃদ্ধি হোৱাৰ লগতে কলেষ্টেৰ’লৰ মাত্ৰাও প্ৰভাৱিত হয়।

  • শাৰীৰিক ব্যায়ামৰ অভাৱ

গোটেই দিনটো বহি থকা, ব্যায়াম নকৰা আৰু শাৰীৰিক কাৰ্য্যকলাপৰ অভাৱো কলেষ্টেৰ’ল বৃদ্ধিৰ প্ৰধান কাৰণ। শাৰীৰিক কাৰ্যকলাপৰ অভাৱত শৰীৰত চৰ্বি জমা হয়, যাৰ ফলত এল ডি এল বৃদ্ধি পায় আৰু এইচ ডি এল (ভাল কলেষ্টেৰল) হ্ৰাস পায়।

  • ধূম্ৰপান আৰু মদ্যপান

ধূম্ৰপানে কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, ভাল কলেষ্টেৰ’ল (HDL)ও হ্ৰাস কৰে। একে সময়তে অত্যধিক মদ্যপানে ট্ৰাইগ্লিচাৰাইড বৃদ্ধি কৰে।

  • মানসিক চাপ আৰু টোপনিৰ অভাৱ

অহৰহ মানসিক চাপ আৰু টোপনিৰ অভাৱেও কলেষ্টেৰ’লৰ মাত্ৰাত প্ৰভাৱ পেলায়। মানসিক চাপৰ সময়ত শৰীৰত কৰ্টিছল হৰম’ন বৃদ্ধি পায়, যাৰ ফলত লিপিডৰ বিপাকীয় ক্ৰিয়া বেয়া হয়।

কলেষ্টেৰ’ল নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত-

খাদ্যাভ্যাসৰ সলনি– সেউজীয়া শাক-পাচলি, ফল-মূল, ওটছ, ব্ৰাউন ৰাইচ আৰু হাই ফাইবাৰ ডায়েট অন্তৰ্ভুক্ত কৰিব লাগে। তেলীয়া আৰু ডিপ ফ্ৰাইড খাদ্য কমকৈ খাব লাগে। চেচুৰেটেড ফেটৰ পৰিৱৰ্তে অলিভ অইল, ফ্লেক্স ছিড আৰু বাদাম আদি স্বাস্থ্যকৰ চৰ্বি গ্ৰহণ কৰিব লাগে।

নিয়মীয়াকৈ ব্যায়াম– দৈনিক কমেও ৩০ মিনিট খোজ কঢ়া বা যোগাসন কৰাটো জৰুৰী। নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে এইচ ডি এল বৃদ্ধি কৰে আৰু এল ডি এল হ্ৰাস কৰে।

ধূম্ৰপান আৰু মদ্যপান পৰিহাৰ– ধূম্ৰপান আৰু মদ্যপান এৰিলে উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

মানসিক চাপ পৰিচালনা– ধ্যান, উশাহ-নিশাহৰ ব্যায়াম আৰু পৰ্যাপ্ত টোপনিৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগে।

উচ্চ কলেষ্টেৰ’লক আওকাণ কৰাটো বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে। ভুল খাদ্যাভ্যাস, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু মানসিক চাপ ইয়াৰ মূল কাৰণ। যদি সময়ত খাদ্য, ব্যায়াম আৰু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰা হয়, তেন্তে কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য দীৰ্ঘদিনলৈ সুৰক্ষিত কৰিব পৰা যায়।

Tags: HealthHealthy BenefitsHealthy life

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025