• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘লস্কৰ-ই-তৈবাৰৰ সমৰ্থন অবিহনে পেহেলগাম আ*ক্ৰ*মণ সম্ভৱপৰ নহ’লহেঁতেন’, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে উদঙালে পাকিস্তানক

Nation NE by Nation NE
July 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘লস্কৰ-ই-তৈবাৰৰ সমৰ্থন অবিহনে পেহেলগাম আ*ক্ৰ*মণ সম্ভৱপৰ নহ’লহেঁতেন’, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে উদঙালে পাকিস্তানক
Share on FacebookShare on TwitterWhatsApp

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশ কঁপাই তুলিছিল। এতিয়া এই বিষয়ত ৰাষ্ট্ৰসংঘৰ (UNSC) শেহতীয়া প্ৰতিবেদনে পাকিস্তানক পুনৰ এবাৰ উদঙাই দিছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা নিৰীক্ষণকাৰী দলে কয় যে, দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে দুবাৰকৈ পেহেলগাম আক্ৰমণৰ দায়িত্ব লোৱাৰ লগতে আক্ৰমণস্থলীৰ ছবিও প্ৰকাশ কৰিছে। এই দলটোৱে নিজৰ প্ৰতিবেদনত কয় যে, পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰৰ সমৰ্থন অবিহনে এই আক্ৰমণ সম্ভৱ নহ’লহেঁতেন।

ইউএনএছচিৰ আইএছআইএল (দাইছ), আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত নিৰীক্ষণ কৰা দলটোৱে ৩৬ সংখ্যক প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনত কোৱা হৈছে যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ৫টা সন্ত্ৰাসবাদীয়ে এটা পৰ্যটন স্থানত আক্ৰমণ চলাইছিল।

প্ৰতিবেদনত কোৱা হৈছে যে উক্ত ঘটনাৰ দিনটোত টি আৰ এফে এই আক্ৰমণৰ দায়িত্ব লোৱাৰ লগতে আক্ৰমণস্থলীৰ এখন ছবিও প্ৰকাশ কৰে। পিছদিনা এই আক্ৰমণৰ দায়িত্বও লৈছিল টি আৰ এফে। কিন্তু ২৬ এপ্ৰিলত টি আৰ এফে এই দাবীৰ পৰা পিছুৱাই গ’ল। তেতিয়াৰ পৰা টি আৰ এফে এই সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই আৰু আন কোনো সন্ত্ৰাসবাদী সংগঠনেও এই আক্ৰমণৰ দায়িত্ব লোৱা নাই।

লস্কৰ-ই-তৈবাৰৰ সহায় অবিহনে এই আক্রমণ হ’ব নোৱাৰিলেহেঁতেন বুলি প্রতিবেদনত উল্লেখ কৰিছে টি আৰ এফে৷ লস্কৰ-ই-তৈবাৰ আৰু টি আৰ এফৰ মাজত সম্পৰ্ক আছে। এই আক্ৰমণ লস্কৰ-ই-তৈবাৰৰ সমাৰ্থক টি আৰ এফে সংঘটিত কৰিছিল বুলি বৰ্তমান স্পষ্ট হৈ উঠিছে।

উল্লেখ্য যে এই মাহতেই আমেৰিকাই টি আৰ এফক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰে। চলিত বৰ্ষৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। এই আক্ৰমণ পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হৈছিল, য’ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে মানুহক লক্ষ্য কৰি লৈছিল।

Tags: pahalgamPakistanunsc

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025